আকৰ্ষণীয় সুযোগ, ২ হাজাৰ টকাতকৈ কম মূল্যত ক্ৰয় কৰক কুলাৰ

২ হাজাৰ টকাতকৈ কম মূল্যত কুলাৰ ক্ৰয় কৰাৰ সুযোগ লাভ কৰক। আপুনি ডাঙৰ আকাৰৰ কুলাৰ কিনাৰ প্ৰয়োজন নাই, এটা পৰ্টেবল কম্পেক্ট আকাৰৰ কুলাৰে আপোনাৰ বাবে গৰমৰ দিন কেইটাত সকাহ দিব।

আকৰ্ষণীয় সুযোগ, ২ হাজাৰ টকাতকৈ কম মূল্যত ক্ৰয় কৰক কুলাৰ

Air Cooler

Published: 

20 May 2025 20:57 PM

আপুনি কম বাজেটত কুলাৰ কিনিব বিচাৰে নেকি ? ২ হাজাৰ টকাতকৈ কম মূল্যত কুলাৰ ক্ৰয় কৰাৰ সুযোগ লাভ কৰক। আপুনি ডাঙৰ আকাৰৰ কুলাৰ কিনাৰ প্ৰয়োজন নাই, এটা পৰ্টেবল কম্পেক্ট আকাৰৰ কুলাৰে আপোনাৰ বাবে গৰমৰ দিন কেইটাত সকাহ দিব।

Portable Rechargeable Cooler

এই পৰ্টেবল ৰিচাৰ্জেবল কুলাৰে আপোনাৰ কোঠাটো ঠাণ্ডা কৰি ৰাখিব পাৰে। এইটো এনে এটা এয়াৰ কুলাৰ যিটো চাৰ্জ কৰিব পাৰি। বৰফ বা পানী দি চলাব পাৰে। এই কমপেক্ট আকাৰৰ কুলাৰটো পৰ্টেবল যিটো আপুনি যেতিয়াই বিচাৰে যিকোনো কোঠালৈ লৈ যাব পাৰে। ভ্ৰমণৰ সময়তো কঢ়িয়াই নিব পাৰে। আপুনি এইটো অনলাইন ই-কমাৰ্চ প্লেটফৰ্ম আমাজন-ফ্লিপকাৰ্টত সহজেই পাব পাৰে। ক্ৰয় কৰাৰ সময়ত আপুনি ৰেহাই লাভ কৰিব । মাত্ৰ ৪৯৯ টকাত আমাজনৰ পৰা এই কুলাৰটো ক্ৰয় কৰিব পাৰে ।

Mini Portable Air Cooler

এই কুলাৰটোত স্পীড ফেন আৰু এল ই ডি লাইট আছে। য’ত ৰাতি কোনো অতিৰিক্ত পোহৰৰ প্ৰয়োজন নহয়। ইয়াত পানীৰ টেংকি আছে আৰু ইয়াত ফিল্টাৰো স্থাপন কৰা হৈছে। যাৰ বাবে আপুনি পৰিষ্কাৰ বতাহ লাভ কৰিব । আমাজন আৰু ফ্লিপকাৰ্টৰ পৰা ৮৯৯ টকাত ক্ৰয় কৰিব পাৰিব এই কুলাৰটো।

VALOREX পৰ্টেবল মিনি এয়াৰ কুলাৰ

এই পৰ্টেবল মিনি কুলাৰত আপুনি ৩ টা স্পীড কন্ট্ৰল পাব। ইয়াত মিষ্ট হিউমিডিফায়াৰৰ বিকল্পও আছে। অৰ্থাৎ কেৱল শীতল বতাহ নহয়, সুগন্ধি বতাহও উপভোগ কৰিব পাৰি। ১৭৯৯ টকাত ৰেহাইৰ সৈতে অনলাইনত কিনিব পাৰিব।

ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰবি শৰ্মাৰ ষ্টান্ট, সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ'...
গ্ৰীষ্মকালত কিদৰে সন্তানক নিৰোগী কৰি ৰাখিব?
ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে জানক...