শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: মঙলবাৰৰ দিনটোত আপোনাৰ জীৱনত ঘটিব নেকি কোনো অঘটন! চাওক আজিৰ ৰাশিফলে কি কয়…

ৰাশিফল অনুসাৰে আজি বহুকেইটা ৰাশিৰ বাবে দিনটো শুভ বিবেচিত হ’ব। কিন্তু কেইটামান ৰাশিৰ বাবে আজিৰ দিনটো কিছু অশুভ দেখা গৈছে। চাওক আপোনাৰ বাবে দিনটো কেনে হ’ব।

Daily Horoscope: মঙলবাৰৰ দিনটোত আপোনাৰ জীৱনত ঘটিব নেকি কোনো অঘটন! চাওক আজিৰ ৰাশিফলে কি কয়…
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 09 Sep 2025 06:00 AM

আজি ৯ ছেপ্টেম্বৰ, মঙলবাৰ। সাধাৰণতেই মঙলবাৰ বুলিলেই জ্যোতিষ বিশ্বাসীসকলৰ মনত এক বিশেষ গুৰুত্ব দেখা যায়। সেয়ে এই দিনটোৰ ৰাশিফলৰ প্ৰতিও বিশেষ ধ্যান দিয়ে লোকসকলে। জ্যোতিষীসকলে আন দিনাৰ দৰে আজিও প্ৰতিটো ৰাশিৰে ৰাশিফল আগবঢ়াইছে। এই ৰাশিফল অনুসাৰে আজি বহুকেইটা ৰাশিৰ বাবে দিনটো শুভ বিবেচিত হ’ব। কিন্তু কেইটামান ৰাশিৰ বাবে আজিৰ দিনটো কিছু অশুভ দেখা গৈছে। চাওঁ আহক আজিৰ ৰাশিফল অনুসাৰে প্ৰতিটো ৰাশিৰ বাবে দিনটো কিদৰে পাৰ হ’ব-

মেষ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকে আজি যি কামতে হাত দিয়ে সফলতা লাভ কৰিব পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক উন্নত হ’ব। চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। অবিবাহিত লোকৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব পাৰে যিকোনো ব্যক্তিৰ লগত কথাবতৰা পতাৰ সময়ত নিজা আচৰণত নিয়ন্ত্ৰণ বজাই ৰাখক

বৃষ ৰাশিৰ ৰাশিফল

ব্যস্ততা বৃদ্ধি পাব ভাতৃভগ্নীৰ সৈতে সম্পৰ্ক মজবুত পাৰিবাৰিক ভ্ৰমণৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্ক সুখকৰ পত্নীৰ বাবে নতুন কোনো সম্পদ ক্ৰয় কৰিব পাৰে আনৰ মঙ্গলৰ বাবে চিন্তা কৰিব যদিও ভুল বুজাবুজিৰ বাবে আপুনি কিছু অপমানৰো সন্মুখীন পাৰে কৰ্মক্ষেত্ৰত যিকোনো কাম পিছুৱাই লে সমস্যাৰ সন্মুখীন হব পাৰে

মিথুন ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো আৰামদায়ক হৈ পৰিব কোনো এক নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে এই দিশত ঋণৰ বাবে আবেদন কৰিলে সহজেই ঋণ লাভ কৰিব কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। পুৰণি কোনো লেনদেনৰ পৰা আজি মুক্তি পাব চিকিৎসা সংক্ৰান্তীয় বিষয়ত চিকিৎসকৰ কাষ চাপিবলগা পাৰে

কৰ্কট ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে নতুন কৰ্মক্ষেত্ৰই আপোনাৰ বাবে সুখকৰ জীৱন কঢ়িয়াই আনিব খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা আৰ্থিক দিশত সমস্যাৰ সন্মুখীন পাৰে আন কাৰোবাৰ বাহন চলোৱাৰ পৰা বিৰত থকা উচিত ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল কিছু সমস্যাৰ সন্মুখীন পাৰে, পঢ়া-শুনাত মনোযোগ কমাৰ বাবে চিন্তা বাঢ়িব

সিংহ ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত কিছু নতুন সমস্যাৰ সন্মুখীন পাৰে, অৱশ্যে জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কোনো নতুন পৰিকল্পনাৰ সংযোগ ঘটাব পাৰে, ইয়াৰ দ্বাৰা লাভৰ মুখ দেখিব আত্মবিশ্বাস শক্তিশালী হোৱাৰ বাবে যিকোনো কামত সফলতা লাভ কৰিব পাৰিবপত্নীৰ সৈতে চলি থকা মতানৈক্য আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব।

কন্যা ৰাশিৰ ৰাশিফল

খৰচৰ মাত্ৰা বৃদ্ধি পাব, এনে অৱস্থাত আপুনি কিছু চিন্তিত হৈ থাকিব পাৰে অৱশ্যে আপোনাৰ ধন হেৰাইছিল যদি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব পাৰিবাৰিক সম্পৰ্ক সুখকৰ পত্নীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আন লোকৰ সৈতে কথা পতাৰ সময়ত নিজৰ আচৰণ নিয়ন্ত্ৰণত ৰাখিব লাগিব ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে

তুলা ৰাশিৰ ৰাশিফল

নিজ কামত সফলতাৰ মুখ দেখিব নতুন কোনো সম্পত্তি, বিশেষকৈ নতুন বাহন ক্ৰয়ৰ ইচ্ছা পূৰণ পাৰে আয় বৃদ্ধিৰ উৎসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। পৰিয়ালৰ মাজত সম্পৰ্ক সুখকৰ ভাতৃভগ্নীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব ব্যৱসায় বা নিজ কৰ্ম সংক্ৰান্তত সঠিক পৰিকল্পনা কৰিব পাৰে শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত

বৃশ্চিক ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত সফলতাৰ মুখ দেখিব আৰ্থিক দৃষ্টিকোণৰ পৰাও আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। কৰ্মসংস্থাপনৰ বাবে চিন্তিত লোকসকলে ভাল খবৰ শুনিবলৈ পাব পাৰে ব্যৱসায়িক দিশত চিন্তিত হৈ আছিল যদি সেই চিন্তা আজি দূৰ কৰ্মক্ষেত্ৰত কোনো কামত সমস্যাৰ সন্মুখীন লে জ্যেষ্ঠজনৰ সৈতে আলোচনা কৰিব পাৰে এইদৰে সমস্যা দূৰ কৰিব পাৰিব

ধনু ৰাশিৰ ৰাশিফল

চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। কোনো আত্মীয়ৰ ঘৰত ধৰ্মীয় কোনো অনুষ্ঠানত অংশ পাৰে ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত আজি আপোনাৰ বৰমূৰীয়াৰ দ্বাৰা প্ৰশংসিত হ’ব। নিজৰ কথা-বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। দিনটোৰ কামৰ হেঁচাৰ বাবে ভাগৰুৱা অনুভৱ কৰিব।

মকৰ ৰাশিৰ ৰাশিফল

কোনো শাৰীৰিক সমস্যা আছিল যদি আজি যথেষ্ট সকাহ লাভ কৰিব চাকৰিত নিয়োজিত লোকসকলে পদোন্নতিৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হ’বলগীয়া হ’ব পাৰে। কামৰ হেঁচা কিছু বৃদ্ধি পাব পাৰে, কিন্তু কামৰ ক্ষেত্ৰত সম্পূৰ্ণ সজাগ লাগিব নতুন কোনো লোকৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সুখকৰ সময় কটোৱাৰ সুযোগ পাব।

কুম্ভ ৰাশিৰ ৰাশিফল

আয় বৃদ্ধিৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দিব লাগিব। ধন হেৰাইছিল যদি আজি সেই ধন ঘূৰাই পাব নতুন কোনো পৰিকল্পনাৰ দিশত আগবাঢ়িব পাৰিব বেংকিং খণ্ডত কাম কৰা লোকসকলে কামৰ বাবে নতুন স্বীকৃতি লাভ কৰিব। ভ্ৰমণৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আচৰণত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব বিশেষকৈ খং নিয়ন্ত্ৰণ কৰিব লাগিব।

মীন ৰাশিৰ ৰাশিফল

উপাৰ্জন বৃদ্ধিৰ উৎসবোৰৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব সমাজত আজি আপোনাৰ সন্মান বৃদ্ধি পাব বৈবাহিক জীৱন সুখকৰ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় চৰকাৰী কামকাজৰ ক্ষেত্ৰত সফলতা লাভ কৰিব শিক্ষাৰ্থীৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ পথ মুকলি কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি সম্পূৰ্ণ কৰিব পাৰিব।