স্বাস্থ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ! শীঘ্ৰেই নিযুক্তি দিয়া হ'ব ৪০০ গৰাকী নতুন চিকিৎসকক | preparing for hospital recruit 400 doctors to healthcare services across Assam Ashok Singhal Minister of Health and Family Welfare Assam news - Assam Tv9

স্বাস্থ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ! শীঘ্ৰেই নিযুক্তি দিয়া হ’ব ৪০০ গৰাকী নতুন চিকিৎসকক

Updated On: 

13 Feb 2025 12:30 PM

শীঘ্ৰে ৰাজ্যৰ চিকিৎসা খণ্ডত হ'ব নতুনক নিযুক্তি। জনতা ভৱনত সংবাদমেল সংম্বোধন কৰি এই কথা জনালে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে। প্ৰায় ৪০০গৰাকী চৰকাৰী চিকিৎসকক নিযুক্তি দিব স্বাস্থ্য বিভাগে ।

1 / 5ৰাজ্যৰ চিকিৎসা খণ্ডলৈ ভাল খবৰ । শীঘ্ৰে ৰাজ্যৰ চিকিৎসা খণ্ডত হ'ব নতুন নিযুক্তি। জনতা ভৱনত সংবাদমেল সংম্বোধন কৰি এই কথা জনালে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে।

ৰাজ্যৰ চিকিৎসা খণ্ডলৈ ভাল খবৰ । শীঘ্ৰে ৰাজ্যৰ চিকিৎসা খণ্ডত হ'ব নতুন নিযুক্তি। জনতা ভৱনত সংবাদমেল সংম্বোধন কৰি এই কথা জনালে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে।

2 / 5

প্ৰায় ৪০০গৰাকী চৰকাৰী চিকিৎসকক নিযুক্তি দিব ৰাজ্য চৰকাৰে। স্বাস্থ্যখণ্ডৰ সম্পূৰ্ণ সমৃদ্ধকৰণেৰে আপোনালোকৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাৰ উদেশ্যেৰে এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। 

3 / 5

উল্লেখ্য যে, বিভিন্ন সময়ত চৰকাৰী চিকিৎসালত চিকিৎসকৰ নাটনি সন্দৰ্ভত বাতৰি প্ৰকাশ পাই আহিছিল। যাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। 

4 / 5

ইয়াৰ উপৰিও অত্যাৱশ্যকীয় ঔষধৰ তালিকাত কেইবাটাও গুৰুত্বপূৰ্ণ ঔষধ অন্তৰ্ভুক্ত কৰা হ'ব বুলি উল্লেখ কৰে সিংঘালে। লগতে ১৭ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যৰ ৮৭,৭৪,৫৪৮ শিশু পেলুৰ ঔষধ সেৱনৰ লক্ষ্য ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।

5 / 5

বিগত জানুৱাৰী মাহত ৰাজ্যৰ ৪৩ লাখ লোকৰ যক্ষ্মাৰ ৰোগৰ পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত ৪০০০ নতুন ৰোগী চিনাক্ত কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী অশোক সিংঘালে। 

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...