১ নৱেম্বৰত দীপাৱলীৰ বাবে কামৰূপ (মহানগৰ)ত স্থানীয় বন্ধ ঘোষণা... | November 1 local holiday in Kamrup (Metro) for Diwali Assam news - Assam Tv9

Local Holiday : ১ নৱেম্বৰত দীপাৱলীৰ বাবে কামৰূপ (মহানগৰ)ত স্থানীয় বন্ধ ঘোষণা…

Updated On: 

28 Oct 2024 | 06:37 PM

কামৰূপ (মহানগৰ) জিলাত দীপাৱলী পালনৰ বাবে ১ নৱেম্বৰক স্থানীয় বন্ধ হিচাপে ঘোষণা কৰা হৈছে । এই দিনটোত জিলাখনৰ ভিতৰৰ সকলো ৰাজ্য চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব।

1 / 5অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কামৰূপ (মহানগৰ) জিলাত দীপাৱলী পালনৰ বাবে ১ নৱেম্বৰক স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে।

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কামৰূপ (মহানগৰ) জিলাত দীপাৱলী পালনৰ বাবে ১ নৱেম্বৰক স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে।

2 / 5

এই দিনটোত জিলাখনৰ ভিতৰৰ সকলো ৰাজ্য চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব।

3 / 5

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, দীপাৱলীৰ উপলক্ষে ৰাজ্য চৰকাৰে ২৮ অক্টোবৰৰ পৰা কৰ্মচাৰীক দৰমহা দিয়াৰ আৰম্ভ কৰিব।

4 / 5

ৰাজ্যৰ চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ৰাজ্যৰ কর্মচাৰীসকলে ।

5 / 5

পোহৰৰ উৎসৱ দীপাৱলী অতি আনন্দ-উল্লাহেৰে পালন কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...