অন্ত পৰিল মহা অম্বুবাচী মেলা, দুৱাৰ মুকলিৰ পাছতে কামাখ্যা ধামত ভক্তৰ ভিৰ
অপেক্ষাৰ অন্ত পৰিল। অম্বুবাচীৰ নিবৃত্তিৰ পাছতে খুলি দিয়া হ’ল কামাখ্যাৰ মুখ্য দুৱাৰ। মা কামাখ্যাৰ আশীষ ল'বলৈ লাখ লাখ ভক্তৰ ভিৰ নীলাচলত। পুৱতি নিশাৰ পৰাই দেৱীৰ দৰ্শনাৰ্থে লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম । লোকে লোকাৰণ্য মা কামাখ্যা ধাম। নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5