চৰকাৰে ভাল কাম কৰা বাবে ৰাইজে আনক বিচৰা নাইঃ সৰ্বানন্দ সোণোৱাল Assam news - Assam Tv9

চৰকাৰে ভাল কাম কৰা বাবে ৰাইজে আনক বিচৰা নাইঃ সৰ্বানন্দ সোণোৱাল

Published: 

01 May 2024 | 09:00 PM

আজি হাজোৰ কুলহাটীত হোৱা নিৰ্বাচনী সভাত অংশ লৈ সৰ্বানন্দ সোণোৱালে কয়- চৰকাৰে ভাল কাম কৰা বাবে ৰাইজে আনক বিচৰা নাই।

1 / 5প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পাছত এইবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ধুমুহাৰ গতিৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে।

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পাছত এইবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ধুমুহাৰ গতিৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে।

2 / 5

অহা ৭ মে’ত ৰাজ্যৰ চাৰি লোকসভা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত হ’ব নিৰ্বাচন।

3 / 5

আটাইকেইটা সমষ্টিয়েই নিজৰ দখললৈ আনিবলৈ দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসকীয় বিজেপি।

4 / 5

আজি হাজোৰ কুলহাটীত হোৱা নিৰ্বাচনী সভাত অংশ লৈ সৰ্বানন্দ সোণোৱালে কয়- চৰকাৰে ভাল কাম কৰা বাবে ৰাইজে আনক বিচৰা নাই।

5 / 5

অসমত এইবাৰ ১২খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে। এতিয়া অসমৰ ৰাইজে বেলেগ চিন্তা নকৰে বিজেপি আৰু মিত্ৰ দল। মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ডিব্ৰুগড়ত জয় নিশ্চিত বুলি ঘোষণা সোণোৱালৰ। 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...