খচৰা ভোটাৰ তালিকা অনুসৰি অসমত ভোটাৰৰ সংখ্যা কিমান ? | Draft Election List 2025 Released: Know the total number of voters, female and male voters in Assam Assam news - Assam Tv9

Draft Election List 2025 Released: খচৰা ভোটাৰ তালিকা অনুসৰি অসমত ভোটাৰৰ সংখ্যা কিমান ?

Updated On: 

29 Oct 2024 | 04:57 PM

আজি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা । খচৰা ভোটাৰ তালিকাৰ অনুসৰি, অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে- ২,৪৬,২৮,৬৭২ জন । ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা কিমান জানক...

1 / 5আজি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা । খচৰা ভোটাৰ তালিকাৰ অনুসৰি, অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে- ২,৪৬,২৮,৬৭২ জন ।

আজি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা । খচৰা ভোটাৰ তালিকাৰ অনুসৰি, অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে- ২,৪৬,২৮,৬৭২ জন ।

2 / 5

খচৰা ভোটাৰ তালিকা অনুসৰি ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্য়া হৈছে-১,২৩,১৬,৯৫২ জন ।

3 / 5

মুঠ ভোটাৰৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা হৈছে- ১,২৩,১৬,৯৫১ গৰাকী । ৰাজ্যত থকা তৃতীয় লিংগ ভোটাৰৰ সংখ্যা হৈছে-৩৮৮ গৰাকী ।

4 / 5

ৰাজ্যৰ ১২৬ টা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে-২৯,৬৫৬ টা । বিগত বৰ্ষৰ তুলনাত এই বছৰত ১০৭৭ টা কেন্দ্ৰ বৃদ্ধি পাইছে ।

5 / 5

আজিৰে পৰা প্ৰতি গৰাকী ভোটাৰে ওজৰ-আপত্তি দাখিল কৰিব পাৰিব । ওজৰ-আপত্তি দাখিলৰ সময়সীমা হৈছে ২৮ ডিচেম্বৰ । ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ পাছত ২০২৫ চনৰ ৬ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...