Deeplina Deka: এজাক ধুমুহাৰ দৰে সামাজিক মাধ্যমত দীপলিনা ডেকা, অনুৰাগীয়ে কৈছে এইবাৰহে দেৱী মৰ্ত্য লৈ নামিছে যেন পাইছোঁ! | assamese singer actress deeplina deka social media viral pic Shardiya durga puja 2024 Assam news - Assam Tv9

Deeplina Deka: এজাক ধুমুহাৰ দৰে সামাজিক মাধ্যমত দীপলিনা ডেকা, অনুৰাগীয়ে কৈছে এইবাৰহে দেৱী মৰ্ত্য লৈ নামিছে যেন পাইছোঁ!

Published: 

02 Oct 2024 | 03:11 PM

Deeplina Deka viral Photo: অভিনেত্ৰী দীপলিনা ডেকা মানেই ছচিয়েল মিডিয়াত ধুমুহা। ছ'চিয়েল মিডিয়াত এতিয়া প্ৰতিদিনেই ন ন ৰূপ শ্বেয়াৰ কৰে অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাই। এইবাৰ মহালয়াৰ দিনটোত ফটো আপলোড কৰি ভাইৰেল দীপলিনা।

1 / 5দীপলিনা মানেই যেন এতিয়া জনপ্ৰিয়। সামাজিক মাধ্যমত ফটো বা ভিডিঅ' দিলেই হৈ পৰে ভাইৰেল।

দীপলিনা মানেই যেন এতিয়া জনপ্ৰিয়। সামাজিক মাধ্যমত ফটো বা ভিডিঅ' দিলেই হৈ পৰে ভাইৰেল।

2 / 5

ছ'চিয়েল মিডিয়াত এতিয়া প্ৰতিদিনেই ন ন ৰূপ অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ।

3 / 5

মহালয়াৰ দিটোত ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লিখিছে- এই মহালয়াত দেৱী দুর্গাৰ আগমনে পূৰ্ণ কৰক সকলোৰে জীৱন, আনন্দ সুখ আৰু শান্তিৰে।

4 / 5

ইয়াৰ মাজতে অনুৰাগীয়ে লিখিছে- এইবাৰহে দেৱী মৰ্ত্য লৈ নামিছে যেন পাইছোঁ। আন এজনে ধেমেলিয়াকৈ লিখিছে- দশমীৰ দিনা নিজে উটি যাবা নে আমি উটুৱাই দিব লাগিব?

5 / 5

কণ্ঠশিল্পীৰ লগতে অভিনেত্ৰী হিচাপেও আছে দীপলিনা ডেকাৰ এক সুকীয়া পৰিচয়। বহুতৰে সপোনৰ ৰাণী দীপলিনা ডেকাই ছ'চিয়েল মিডিয়াত ফটো বা ভিডিঅ’ দিলেই মুহুৰ্ততে হৈ পৰে ভাইৰেল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...