Assam Weather Today: ৰাজ্যত শীতৰ প্ৰকোপ, কেনে হ'ব আজিৰ বতৰ? জানক... | Assam Weather Update today 29 december Amit Shah Assam Visit cold increased with dense fog Assam news - Assam Tv9

Assam Weather Today: ৰাজ্যত শীতৰ প্ৰকোপ, কেনে হ’ব আজিৰ বতৰ? জানক…

Published: 

29 Dec 2025 | 11:06 AM

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।

1 / 5আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে নিশা (২৮ ডিচেম্বৰ) গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল অমিত শ্বাহ। ঘন কুঁৱলীৰ বাবে গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ এদিনৰ বাবে পিছুৱাই দিয়া হয়।

আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে নিশা (২৮ ডিচেম্বৰ) গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল অমিত শ্বাহ। ঘন কুঁৱলীৰ বাবে গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ এদিনৰ বাবে পিছুৱাই দিয়া হয়।

2 / 5

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। নেদেখা হৈ পৰিছে বাট-পথ। যাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা।

3 / 5

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।

4 / 5

গোটেই দিনটো পাৰাৰ মাত্ৰা ১৫ ডিগ্ৰীৰ ছেলচিয়াছৰ ওচৰত থাকিব, বতাহৰ গতিবেগ প্ৰায় ৩.৬১। ইফালে ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে বিমান, ৰে’লৰ লগতে ফেৰী চলাচল।

5 / 5

গুৱাহাটীত বাতিল কৰা হৈছে কেইবাখনো বিমানৰ যাত্ৰা। কেইবাখনো বিমানৰ যাত্ৰা বিলম্ব হোৱা বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...