Assam Holidays List : প্ৰকাশ পালে ২০২৫ বৰ্ষৰ ৰাজ্যৰ চৰকাৰী বন্ধৰ তালিকা, কোনদিনা কি বন্ধ আছে চাওক... | assam government list of holidays for the year 2025 Assam news - Assam Tv9

Assam Holidays List : প্ৰকাশ পালে ২০২৫ বৰ্ষৰ ৰাজ্যৰ চৰকাৰী বন্ধৰ তালিকা, কোনদিনা কি বন্ধ আছে চাওক…

Updated On: 

22 Oct 2025 | 05:38 PM

২০২৫ৰ বাবে প্ৰকাশ কৰা হৈছে চৰকাৰী বন্ধৰ তালিকা ৷ ২০২৫ বৰ্ষত চৰকাৰী বন্ধ মুঠ ৩৬ দিন। এদিন থাকিব অৰ্ধ ছুটী৷

1 / 7প্ৰকাশ কৰা হৈছে ২০২৫ৰ চৰকাৰী বন্ধৰ তালিকা ৷ য'ত আছে মুঠ বন্ধ ৩৬ দিন আৰু এদিন অৰ্ধ ছুটী।  চাওক ২০২৫ বৰ্ষত কোনটো কোনটো দিনত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব...(Credits: Getty Images)

প্ৰকাশ কৰা হৈছে ২০২৫ৰ চৰকাৰী বন্ধৰ তালিকা ৷ য'ত আছে মুঠ বন্ধ ৩৬ দিন আৰু এদিন অৰ্ধ ছুটী। চাওক ২০২৫ বৰ্ষত কোনটো কোনটো দিনত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব...(Credits: Getty Images)

2 / 7

১৪ আৰু ১৫ জানুৱাৰী-মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰী- নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰী- গণতন্ত্ৰ দিৱস, ২৮ জানুৱাৰী- বাথৌ পূজা, ৩১ জানুৱাৰী- মেডাম-মে-ফিৰ বাবে থাকিব বন্ধ।

3 / 7

১২ ফেব্ৰুৱাৰী- বীৰ চিলাৰায় দিৱসৰ বন্ধ থাকিব। ১৪ মাৰ্চ-দৌল যাত্ৰা, ৩১ মাৰ্চ- ঈদ-উল-ফিটৰ। ১৪, ১৫ আৰু ১৬ এপ্ৰিল- ব’হাগ বিহু, ১৮ এপ্ৰিল- গুড ফ্ৰাইডে, ২১ এপ্ৰিল-সতী সাধনী দিৱস, ২৮ এপ্ৰিল- দামোদৰ দেৱৰ তিথিৰ বন্ধ।

4 / 7

১ মে’- মে’ দিৱস, ১২ মে’- বুদ্ধ পূৰ্ণিমা, ৭ জুন- ঈদ-উল-জোহা, ১২ জুন- শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ, ১৫ আগষ্ট- স্বাধীনতা দিৱস, ২৫ আগষ্ট- শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি

5 / 7

৩ ছেপ্টেম্বৰ- কৰম পূজা, ১২ ছেপ্টেম্বৰ- শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰ- জন্মাষ্টমী, ২৯, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ- দূৰ্গা পূজা,(Credits: Getty Images)

6 / 7

২ অক্টোবৰ- বিজয়া দশমী, শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোৎসৱ, মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ- কাতি বিহু, ২০ অক্টোবৰ- কালী পূজা আৰু দিপাৱলী ২৩ অক্টোবৰ- ভাতৃ দ্বিতীয়া, ২৮ অক্টোবৰ- ষট পূজা, আনফালে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে থাকিব অৰ্ধছুটী।(Credits: Getty Images)

7 / 7

৫ নৱেম্বৰ- গুৰু নানক জয়ন্তী, ২৪ নৱেম্বৰ- লাচিত দিৱস, ২ ডিচেম্বৰ- অসম দিৱস, ২৫ ডিচেম্বৰ- বৰদিনৰ বাবে থাকিব বন্ধ। (Credits: Getty Images)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...