দীপাৱলীৰ দুটা দিনত মহানগৰীত পুনৰ সুৰা বিক্ৰীৰ অভিলেখ! | approx 5 crores liquor sale in guwahati during dewali 2024 Assam news - Assam Tv9

দীপাৱলীৰ দুটা দিনত মহানগৰীত পুনৰ সুৰা বিক্ৰীৰ অভিলেখ!

Updated On: 

02 Nov 2024 | 05:17 PM

মহানগৰীত সুৰাৰ বিক্ৰীয়ে পুনৰ গঢ়িলে অভিলেখ৷ দীপাৱলী-কালী পূজাৰ দুয়োটা দিনতেই বিক্ৰী হ’ল প্ৰায় ৫ কোটি টকাৰ সুৰা৷ কামৰূপ মহানগৰ আবকাৰী বিভাগে দিলে এই তথ্য।

1 / 5মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তো  দীপাৱলীৰ দুটা দিনত অভিলেখ সংখ্যক সুৰা বিক্ৰী হ’ল মহানগৰীত।  দীপাৱলীৰ দুটা দিনত গুৱাহাটীত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী

মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তো দীপাৱলীৰ দুটা দিনত অভিলেখ সংখ্যক সুৰা বিক্ৰী হ’ল মহানগৰীত। দীপাৱলীৰ দুটা দিনত গুৱাহাটীত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী

2 / 5

কামৰূপ মহানগৰ আবকাৰী বিভাগে দিলে এই তথ্য। অৱশ্যে বিগত বৰ্ষতকৈ কমিছে সুৰা বিক্ৰী।

3 / 5

২০২৩ত দীপাৱলীৰ দুদিনত গুৱাহাটীত বিক্ৰী হৈছিল ৬ কোটি ৮৩ লাখ ১২ হাজাৰ ৭৬০ টকাৰ সুৰা ৷

4 / 5

দুৰ্গা পূজাত গুৱাহাটীত সুৰাপায়ীয়ে ভংগ কৰিছিল সৰ্বকালৰ অভিলেখ। পূজাৰ ৪টা দিনত প্রায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী।

5 / 5

সুৰাপানৰ ফলতে গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও পথ দুর্ঘটনা। GMCHৰ তথ্যমতে দীপাৱলীৰ দুদিনত পথ দুর্ঘটনাত আহত হৈছে ৮১জন লোক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...