অম্বুবাচী মহাযোগ: উখল-মাখল নীলাচলৰ বুকু, কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ | Ambubachi Mela 2025: Devotees, Sadhus Flock To Kamakhya Temple, See photos Assam news - Assam Tv9

অম্বুবাচী মহাযোগ: উখল-মাখল নীলাচলৰ বুকু, কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

Updated On: 

23 Jun 2025 | 10:39 AM

২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা ৷ নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম।

1 / 5 কামাখ্যা মন্দিৰত আৰম্ভ অম্বুবাচী মহাযোগ। নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম।

কামাখ্যা মন্দিৰত আৰম্ভ অম্বুবাচী মহাযোগ। নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম।

2 / 5

২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা৷ ২৬ জুনত মুকলি হ’ব মা কামাখ্যাৰ দুৱাৰ। পূজা আগবঢ়োৱাৰ পাছতে পুনৰ খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ।

3 / 5

ভক্ত-দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে কামাখ্যা দেৱালয়ত । আজি পুৱাৰে পৰা কামাখ্যা ধামত দেখা গৈছে অজস্ৰ ভক্তৰ সমাগম।

4 / 5

পূজা অৰ্চনাৰ পাছত মা কামাখ্যা ধামৰ পৰিক্ৰমা কৰিছে সাধু সন্ন্যাসীসকলে। শক্তিপীঠ কামাখ্যাত দেশী-বিদেশী ভক্তৰ লগতে কিন্নৰ সমাজেও আৰম্ভ কৰিছে বিশেষ পূজা-অৰ্চনা।

5 / 5

দেৱী পুৰাণত উল্লেখ কৰা অনুসৰি ৫১ খন শক্তি পীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা দেৱীৰ মন্দিৰ। প্ৰতি বছৰে বহু ভক্তই কামাখ্যা মন্দিৰলৈ আহি দেৱীৰ দৰ্শন কৰে। কেৱল সেয়াই নহয়, সমগ্ৰ ভাৰতৰ পৰা বৃহৎ সংখ্যক সাধু-সন্যাসী আৰু তান্ত্ৰিক ইয়ালৈ আহে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...