চেলিব্ৰিটি দম্পতীৰ তালিকাৰ শীৰ্ষত অক্ষয়- টুইংকল, পিছ পৰি ৰ'ল ৰণবীৰ-আলিয়া! | akshay kumar twinkle khanna top celebrity copule alia bhatt ranbir kapoor amithabh bachchan jaya bachchan Assam news - Assam Tv9

চেলিব্ৰিটি দম্পতীৰ তালিকাৰ শীৰ্ষত অক্ষয়- টুইংকল, পিছ পৰি ৰ’ল ৰণবীৰ-আলিয়া!

Updated On: 

09 Oct 2024 | 01:41 PM

শ্বাহৰুখ খান-গৌৰী খান, ৰণবীৰ সিং-দীপিকা পাডুকন আৰু বহুতো দম্পতীয়ে বলীউডৰ পাৱাৰ কাপলৰ টেগ লাভ কৰিছে। কিন্তু শেহতীয়াকৈ চেলিব্ৰিটি এণ্ডোৰ্চমেণ্টৰ এটা প্ৰতিবেদন প্ৰকাশ কৰা হৈছে, য'ত শীৰ্ষ চেলিব্ৰিটি দম্পতিৰ নাম ঘোষণা কৰা হৈছে।

1 / 5শেহতীয়াকৈ TAM AdEx চেলিব্ৰিটি এণ্ডোৰ্চমেণ্ট প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদন অনুসৰি, অক্ষয় কুমাৰ-টুইংকল খান্নাক শীৰ্ষ চেলিব্ৰিটি দম্পতী হিচাপে উল্লেখ কৰা হৈছে।

শেহতীয়াকৈ TAM AdEx চেলিব্ৰিটি এণ্ডোৰ্চমেণ্ট প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদন অনুসৰি, অক্ষয় কুমাৰ-টুইংকল খান্নাক শীৰ্ষ চেলিব্ৰিটি দম্পতী হিচাপে উল্লেখ কৰা হৈছে।

2 / 5

শেহতীয়াকৈ TAM AdEx চেলিব্ৰিটি এণ্ডোৰ্চমেণ্টে প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি, অক্ষয় কুমাৰ-টুইংকল খান্নাক শীৰ্ষ চেলিব্ৰিটি দম্পতী হিচাপে উল্লেখ কৰা হৈছে।

3 / 5

অক্ষয় কুমাৰ আৰু -টুইংকল খান্না প্ৰথমবাৰ International Khiladiৰ ছেটত লগ হৈছিল। ২৩ বছৰ পূৰ্বে অক্ষয় -টুইংকল বিবাহপাশত আৱদ্ধ হৈছিল।

4 / 5

ইয়াৰ উপৰিও TAM AdExৰ প্ৰতিবেদনত আৰু ২ বলীউড দম্পতীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ ভিতৰত আছে অমিতাভ বচ্চন –জয়া বচ্চন।

5 / 5

এই তালিকাত নাম থকা আন এক দম্পতী হৈছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। অৱশ্যে এই দম্পতীকো বহু লোকে পচন্দ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...