পাঠশালাৰ ৰাস মহোৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সুউচ্চ চিত্ৰ অংকন | A huge painting by artist Zubeen Garg has been installed at the Pathsala Raas Mahotsav Assam news - Assam Tv9

পাঠশালাৰ ৰাস মহোৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সুউচ্চ চিত্ৰ অংকন

Updated On: 

14 Nov 2025 | 08:05 PM

পাঠশালাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰা হৈছে। ৫০ সংখ্যক পাঠশালা ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ সুউচ্চ জুবিনৰ চিত্ৰ।

1 / 5পাঠশালাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২৭ ফুট দৈৰ্ঘ্য আৰু ২০ ফুট বহলৰ বৃহৎ মুখ মণ্ডল অংকন। ৫০ সংখ্যক পাঠশালা ৰাস মহোৎসৱ উপলক্ষে অংকন কৰা হৈছে এই চিত্ৰ।

পাঠশালাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২৭ ফুট দৈৰ্ঘ্য আৰু ২০ ফুট বহলৰ বৃহৎ মুখ মণ্ডল অংকন। ৫০ সংখ্যক পাঠশালা ৰাস মহোৎসৱ উপলক্ষে অংকন কৰা হৈছে এই চিত্ৰ।

2 / 5

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি সংবাদ মাধ্যমৰ সন্মুখত কান্দি উঠিল চিত্ৰ শিল্পীসকল। 'জোনাক গলা জ্বাৰৰ নিশা' গীতটো বজাই চিত্ৰ অংকন কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ।

3 / 5

এতিয়া পাঠশালা ৰাস মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জুবিন গাৰ্গৰ বৃহৎ ছবিখন।

4 / 5

বজালী আৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ চাৰিজন শিল্পীয়ে ২ দিনত অংকন কৰি উলিয়াইছে চিত্ৰখন।

5 / 5

পাঠশালা ৰাস মহোৎসৱত এইবাৰ ৭০০ মৃণ্ময় মূৰ্তিৰ লগতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছবিখনে সকলোৰে মন চুই গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...