Chhath Puja 2025 Wishes: এইদৰে সকলোলৈ প্ৰেৰণ কৰক ষট পূজাৰ শুভেচ্ছা…

Chhath Puja 2025 Wishes in Assamese: যদি আপুনি আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱী, আৰু আপোনজনক ষট পূজাৰ শুভেচ্ছা জনাব বিচাৰিছে। তেন্তে আমি আপোনাৰ বাবে হোৱাটছএপ মেছেজৰ পৰা আৰম্ভ কৰি ফেচবুক আৰু ইনষ্টাগ্ৰাম কেপচনলৈকে শ্ৰেষ্ঠ উক্তি আৰু শুভেচ্ছা বাৰ্তা উল্লেখ কৰিছো।

Chhath Puja 2025 Wishes: এইদৰে সকলোলৈ প্ৰেৰণ কৰক ষট পূজাৰ শুভেচ্ছা...

ষট পূজাৰ শুভেচ্ছা

Updated On: 

26 Oct 2025 19:28 PM

ষট পূজা ভাৰতৰ সৰ্ববৃহৎ আৰু পবিত্ৰ উৎসৱ। ভক্তসকলে এই বিশেষ দিনটো অতি উৎসাহেৰে উদযাপন কৰে। এই বিশেষ দিনটোৰ আনন্দ উদযাপনৰ বাবে ইজনে সিজনক শুভেচ্ছা জনাই। ইয়াৰ ষট পূজাৰ বাবে বিশেষ শুভেচ্ছা বাৰ্তা প্ৰকাশ কৰা হৈছে ।

বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত অতি ভক্তি আৰু শ্ৰদ্ধাৰে পালন কৰা ভাৰতৰ অন্যতম পবিত্ৰ আৰু অনন্য উৎসৱ হৈছে ষট পূজা। এই উৎসৱ সূৰ্য দেৱতা আৰু ষঠী মাতাৰ প্ৰতি উৎসৰ্গিত। ষঠ পূজাৰ সময়ত ভক্তসকলে সমগ্ৰ দিনটো কঠোৰ উপবাস পালন কৰি সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত প্ৰাৰ্থনা কৰে আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত নিজৰ শৰীৰ আৰু আত্মাক শুদ্ধ কৰে। এই উৎসৱৰ সময়ত মানুহে ইজনে সিজনক সম্ভাষণ জনায় আৰু সুখৰ ভাগ বতৰা কৰে। ইয়াত WhatsApp মেছেজৰ পৰা আৰম্ভ কৰি ষ্টেটাছলৈকে সকলোৰে বাবে শ্ৰেষ্ঠ উক্তিৰ ধাৰণা ল’ব পাৰিব।

যদি আপুনি আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱী, আৰু আপোনজনক ষট পূজাৰ শুভেচ্ছা জনাব বিচাৰিছে। তেন্তে আমি আপোনাৰ বাবে হোৱাটছএপ মেছেজৰ পৰা আৰম্ভ কৰি ফেচবুক আৰু ইনষ্টাগ্ৰাম কেপচনলৈকে শ্ৰেষ্ঠ উক্তি আৰু শুভেচ্ছা বাৰ্তা উল্লেখ কৰিছো।

ষট পূজাৰ শুভেচ্ছা বাৰ্তা (Chhath Puja Wishes in Assamese)

ছঠি মাতাৰ আশীৰ্বাদে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। ষট পূজাৰ শুভেচ্ছা থাকিল!

  1. সূৰ্য দেৱতা আৰু  ছঠি মাতাৰ আশীৰ্বাদেৰে আপোনাৰ জীৱন আলোকিত হওক। ষট পূজাৰ শুভেচ্ছা জনালো।
  2. এই পবিত্ৰ দিনটোত  ভগৱান সূৰ্যই আপোনাৰ সকলো কামনা পূৰণ কৰক। ষট পূজাৰ আন্তৰিক শুভেচ্ছা…
  3. ষট  পূজাই আপোনাৰ জীৱনলৈ নতুন আশা, নতুন পোহৰ আৰু অন্তহীন আনন্দ কঢ়িয়াই আনক।
  4. আপোনাৰ জীৱনৰ প্ৰতিটো পুৱা সূৰ্য দেৱৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ হওক। ষট পূজাৰ শুভেচ্ছা…
  5. ছঠি মাতাৰ কৃপাত আপোনাৰ পৰিয়ালত সুখ, শান্তি আৰু ঐক্যই বিৰাজ কৰক। ষট পূজাৰ শুভকামনা
  6. এই পবিত্ৰ উৎসৱত সকলো জীৱনৰ দুখবোৰ আঁতৰি নতুন আৰম্ভণিৰ কামনাৰে সূৰ্য দেৱতাৰ ওচৰত সেৱা জনালো।
  7. আপোনাৰ ঘৰ, মন আৰু জীৱন সূৰ্য দেৱৰ পোহৰেৰে আলোকিত হওক। ষট পূজাৰ শুভেচ্ছা…
  8. এই দিনটো ব্ৰত, বিশ্বাস আৰু ভক্তিৰে পৰিপূৰ্ণ হওক। ছঠি মাতাৰ আশীৰ্বাদ সকলোৰে লগত থাকক।
  9. ষট পূজাই আপোনাৰ জীৱনলৈ শান্তি, সন্তান, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক।
  10. ছঠি মাতাৰ আশীৰ্বাদত আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধানৰ পথ সহজ হৈ উঠক!! ষট পূজাৰ আন্তৰিক শুভেচ্ছা জনালো
  11. আপোনাৰ বিশ্বাস আৰু ভক্তিয়ে ছঠি মাতা আৰু সূৰ্য দেৱতাক সন্তুষ্ট কৰক!! ষট পূজাৰ শুভেচ্ছা…
কাণৰ বিষ আৰু জ্বৰ... মান ধনিয়াৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক