ধন লাভৰ বাবে মানিবেগত ৰাখক এই বস্তু...

26  OCT 2025

TV9 ASSAM

ধন-সম্পত্তি কোনো নিবিচাৰে! কিন্তু তাৰ পাছতো মানুহৰ ধনৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। কিছুমান মানুহে সদায় সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।

ধন

ইয়াৰ বাবে কিছুমান উপায় কৰিব পাৰে। ধৰ্মীয় মান্যতা তথা বিশ্বাস অনুসৰি এই উপায়ে মানুহক আৰ্থিকভাৱ সবল কৰি তোলে। ই ধন আকৰ্ষণ কৰাৰ কাম কৰে।

উপায়

আপুনি মানিবেগত ৰঙা কাগজ ৰাখিব পাৰে। ইয়াৰ বাবে আপুনি ৰঙা কাগজ এখনত মনৰ এটা ইচ্ছা লিখক। পাছত ইয়াক চিল্কৰ সূতাৰে বান্ধি মানিবেগত ৰাখক। এনে কৰিলে মনৰ ইচ্ছা পূৰণ হয়।

ৰঙা কাগজ

আপুনি মানিবেগত মা লক্ষ্মীৰ ফটো ৰাখিব পাৰে। যিখন ফটোত মা লক্ষ্মী বহি আছে তেনে ফটো ৰাখিব লাগে। এনে কৰিলে ধনৰ সমস্যা নাইকীয়া হয় আৰু সমৃদ্ধি আহে।

মা লক্ষ্মী

যদি আপোনাৰ ওচৰত ৰূপৰ কোনো মুদ্ৰা আছে তেন্তে সেয়া মানিবেগত ৰাখিব পাৰে। ইয়াৰ ফলত আপোনাৰ হাতলৈ ধন আহিব। আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা থাকে।

ৰূপৰ মুদ্ৰা

ইলাচীয়ে ধন আকৰ্ষিত কৰে বুলি কোৱা হয়। ইয়াৰ বাবে আপুনি ৫টা ইলাচী মানিবেগত ৰাখিব পাৰে। ইয়ে ধন আকৰ্ষিত কৰে বুলি কোৱা হয়।

ইলাচী

আপুনি মানিবেগত আহতৰ পাত ৰাখিব পাৰে। ই ধন আকৰ্ষণ কৰে বুলি কোৱা হয়। এনে কৰিলে হাতত ধনৰ কেতিয়াও অভাৱ নহয় আৰু আৰ্থিক উন্নতি হয় বুলি কয়।

আহতৰ পাত

পঢ়িবলৈ ক্লিক কৰক

ৰাস্তাত থকা এই বস্তু তুলি নল'ব