উৎকৃষ্ট বনৌষধি গুণেৰে সমৃদ্ধ হৈছে মান ধনিয়া।

26 OCT 2025

TV9 ASSAM

মান ধনিয়া চাটনি,মাছৰ আঞ্জা সোৱাদ আৰু সুগন্ধি যুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

মান ধনিয়া

বিষ নিৰাময়ক হিচাপে মান ধনিয়া ব্যৱহাৰ কৰা হয়।

মান ধনিয়া

ধনিয়াই মুখৰ দুৰ্গন্ধ সম্পৰ্কীয় সমস্যা সমাধান কৰিব পাৰে। 

মান ধনিয়া

কানৰ বিষ, জ্বৰ, উচ্চ-তেজচাপ, কোষ্ঠকাঠিন্য দূৰ কৰে মান ধনিয়াই।

মান ধনিয়া

হাঁপানি, পেটৰ কৃমি, বন্ধ্যাত্বৰ জটিলতা, সাপে খোঁটা, আৰু মেলৰিয়াটো সহায়ক।

উপকাৰ

মান ধনিয়াত ইৰিঙ্গিয়েল (Eryngial) নামৰ এবিধ ৰাসায়নিক যৌগ পোৱা যায়।

মান ধনিয়া

ডায়েবেটিচৰ বিপদাশংকা হ্ৰাস কৰিবলৈ চালাড, চালচা আৰু স্মুদিত যোগ দিব পাৰে।

উপকাৰ

লগতে পঢ়ক

শ্মশানত ভগৱান শিৱৰ মূৰ্তি কিয় থাকে?