26 OCT 2025
TV9 ASSAM
ৰাস্তাত পৰি থকা কিছুমান বস্তুত কেতিয়াও হাত লগাব নালাগে। কিয়নো কিছুমান মানুহে কিছুমান বস্তু ক'লা যাদু বা বেয়া কামত ব্যৱহাৰ কৰে। গতিকে এনে বস্তুৰ পৰা আঁতৰত থাকিব লাগে।
সেন্দূৰ সাধাৰণতে বিবাহিতা মহিলাই ব্যৱহাৰ কৰে। কিন্তু সেন্দূৰ ক'লা যাদু বা অশুভ কামতো ব্যৱহাৰ কৰা হয়। গতিকে ৰাস্তাত পৰি থকা সেন্দূৰত কেতিয়াও হাত লগাব নালাগে।
সাধাৰণতে পূজা বা ধৰ্মীয় অনুষ্ঠানত নাৰিকল ব্যৱহাৰ কৰা হয়। কিন্তু জ্বলা নাৰিকল বহুত অশুভ বুলি গণ্য কৰা হয়। যদি ৰাস্তাৰ বাওঁফালে বা ঘৰৰ বাহিৰত জ্বলা নাৰিকল পৰি থাকে সেয়া চুব নালাগে।
বহুতে চুলি ক'লা যাদুত ব্যৱহাৰ কৰে। যদি ৰাস্তাত চুলিৰ লাড়ু পৰি থাকে তেন্তে সেয়া চুব নালাগে। ইয়াৰোপৰি নিজৰ চুলি যতে ততে পেলাব নালাগে বুলি কোৱা হয়।
লং আৰু পাণৰ ব্যৱহাৰ পূজা বা শুভ অনুষ্ঠানত কৰা হয়। কিন্তু এইবোৰৰ ব্যৱহাৰ অশুভ কামতো ব্যৱহাৰ কৰা হয়। যদি ৰাস্তাত পাণ আৰু লং একেলগে পৰি থকা দেখা পাই তেন্তে সেয়া নুচুব।
কিছুমান পুতুলাও ক'লা যাদুত ব্যৱহাৰ কৰা হয়। এই পুতুলাবোৰ পুৰণি দিনৰ যেন লাগে। যদি ৰাস্তাত আজৱ প্ৰকাৰৰ পুতুলা দেখা পাই আৰু তাত বেজি বিন্ধোৱা থাকে তেন্তে সেইবোৰৰ পৰা আঁতৰি থাকিব।
যদি আপুনি ৰাস্তা বা ৰাস্তাৰ কাষচ জ্বলা ম'ম দেখা পাই তেন্তে সেইবোৰৰ পৰা দূৰত থাকিব। কিছুমান অশুভ কামত ম'মবাতি ব্যৱহাৰ কৰা হয়। গতিকে এইবোৰৰ পৰা আঁতৰত থাকিব লাগে।
পঢ়িবলৈ ক্লিক কৰক