Kaji Nemu : অসমৰ জাতীয় ফল কাজি নেমুত কি কি ঔষধি গুণ আছে ? | Assam State Fruit Kaji Nemu Health benefits in Assamese Assam news - Assam Tv9

Kaji Nemu : অসমৰ জাতীয় ফল কাজি নেমুত কি কি ঔষধি গুণ আছে ? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক…

Updated On: 

21 Feb 2025 11:09 AM

বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ কাজি নেমু অসমৰ জাতীয় ফল । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷ । পেটৰ সমস্যাৰ নাইকীয়া কৰিবলৈ কাজি নেমু অতি উপকাৰী । কাজি নেমুৱে পেট কামোৰণি আৰু জ্বলা-পোৰা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে । এই ফল বিধৰ অন্যান্য উপকাৰিতাৰ বিষয়ে জানক...

1 / 8বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ কাজি নেমু অসমৰ জাতীয় ফল । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷  ।(Photo-Google)

বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ কাজি নেমু অসমৰ জাতীয় ফল । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷ ।(Photo-Google)

2 / 8

পেটৰ সমস্যাৰ নাইকীয়া কৰিবলৈ কাজি নেমু অতি উপকাৰী । কাজি নেমুৱে পেট কামোৰণি আৰু জ্বলা-পোৰা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে ।(Photo-Google)

3 / 8

আমাৰ সমাজৰ পৰম্পৰা অনুসৰি,মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত কাজি নেমুৰ ৰস মিহলাই মূৰত লগোৱা দেখা যায় । এই কাৰ্য কৰিলে মূৰ ঘূৰণি আৰু মূৰৰ বিষৰ পৰা সকাহ পোৱা যায় ।(Photo-Google)

4 / 8

সৰু ল’ৰা-ছোৱালীৰ কৃমি সমস্যা নাইকীয়া কৰিবলৈ কাজি নেমুৰ ৰস আৰু গুটি পিহি খুওৱাব পাৰে ।(Photo-Google)

5 / 8

ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত কাজি নেমুৰ ৰস যথেষ্ট উপকাৰী বুলি কয় বিশেষজ্ঞসকলে ।(Photo-Google)

6 / 8

খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত কাজি নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে ৷ খাদ্য হজমত কাজি নেমু অতি উপকাৰী ।(Photo-Google)

7 / 8

কাজিনেমুৰ কিছুমান ঔষধি গুণ আছে। ঘৰুৱা চিকিৎসাত কাজিনেমু ব্যৱহাৰ কৰা হয়।(Photo-Google)

8 / 8

ইয়াৰ সুগন্ধি আৰু গুণাগুণৰ বাবে কাজি নেমু অসমীয়া মানুহৰ মাজত খুবেই জনপ্ৰিয় ।(Photo-Google)

ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
বৃক্কৰ ক্ষতিৰ সম্ভাৱনা ৰোধ কৰে এই ৫ বিধ খাদ্যই, নিয়মিত খালে পাব সুফল
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...