নিশা ৰোনাল্ডোৰ সৈতে বিপাশাৰ ঘনিষ্ঠতা, ফাঁট মেলিব নেকি সংসাৰত?

শুনা যায় যে, ক্রিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে বিপাশাৰ ঘনিষ্ঠতাই তেওঁৰ পূৰ্বৰ প্ৰেমিক জন আব্ৰাহামক ক্ষুব্ধ কৰি তুলিছিল। যাৰ বাবে তেওঁলোকৰ সম্পৰ্ক প্ৰায় শেষ হৈ গৈছিল। যদিও ২০১২ চনলৈকে এই সম্পৰ্ক চলিছিল, তথাপিও বিচ্ছেদ হৈ যায়।

নিশা ৰোনাল্ডোৰ সৈতে বিপাশাৰ ঘনিষ্ঠতা, ফাঁট মেলিব নেকি সংসাৰত?

নিশা ৰোনাল্ডোৰ সৈতে ঘনিষ্ঠ বিপাশা

Updated On: 

18 Jul 2025 | 08:51 PM

ক্রিষ্টিয়ানো ৰোনাল্ডোক সকলোৱে চিনি পায়। ৰোনাল্ডোই জীৱনৰ বিভিন্ন সময়ত বহু মহিলাৰ সৈতে সম্পৰ্কত সোমাইছিল। আপুনি জানেনে যে বিপাশা বসুও তাৰ মাজৰে এগৰাকী আছিল। এটা নাইট ক্লাবত অন্তৰংগ হোৱাৰ পিছত বিপাশাক প্ৰতিশ্ৰুতি দিছিল ৰোনাল্ডোৱে। সেই প্ৰতিশ্ৰুতি কি আছিল? ২০০৭ চন।সেই সময়ত বিপাশা জন আব্ৰাহামৰ সৈতে এক প্ৰেমৰ সম্পৰ্কত আছিল। তেনে সময়ত ৰোনাল্ডোক লগ পাইছিল বিপাশাই। তাৰ পিছত লিছব লু ষ্টেডিয়ামলৈ নিমন্ত্ৰণ কৰা হৈছিল বিপাশাক, য’ত ৰোনাল্ডোও উপস্থিত আছিল। পাৰ্টিৰ শেষত দুয়ো অকলশৰে সময় অতিবাহিত কৰিবলৈ ওলাই আহে। কিন্তু ব্ৰিটিছ পাপাৰাজীয়ে নিশা তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ফটো বন্দী কৰিছিল। পিছদিনাৰ পৰাই চৰ্চা বিপাশা আৰু ৰোনাল্ডোৰ মাজত কি সম্পৰ্ক?

সমগ্ৰ বিশ্বই এই বিষয়ে আলোচনা কৰিবলৈ ধৰিলে। সেই সময়ত বিপাশাৰ বয়স আছিল ২৮ আৰু ৰোনাল্ডোৰ বয়স আছিল মাত্ৰ ২২ বছৰ। অৱশ্যে ৰোনাল্ডোৰ বিষয়ে বিশাই মুকলিকৈ কয়, “তেওঁ বৰ মিঠা, মোৰ বন্ধু। আৰু মোক প্ৰতিশ্ৰুতি দিছিল যে এতিয়াৰ পৰা মোক তেওঁৰ সকলো মেচলৈ মাতিব।”

শনা যায় যে, বিপাশাৰ তেতিয়াৰ প্ৰেমিক জন আব্ৰাহামেও ৰোনাল্ডোৰ ঘনিষ্ঠতাক লৈ ক্ষুব্ধ হৈ পৰিছিল। তেওঁলোকৰ সম্পৰ্ক প্ৰায় শেষ হৈ যায়। যদিও ২০১২ চনলৈকে চলিছিল, তথাপিও তেতিয়াৰ পৰা সম্পৰ্ক শেষ হৈ যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...