কেনেকৈ আহিল ফাতেহীৰ চেহেৰাত আকাশ-পাতাল পাৰ্থক্য ? | Nora Fatehi Old Picture Goes Viral She Had To Faced Question On Plastic Surgery Assam news - Assam Tv9

Nora Fatehi: প্লাষ্টিক চাৰ্জাৰী কৰিছিল নেকি নোৰাই ! কেনেকৈ আহিল ফাতেহীৰ চেহেৰাত আকাশ-পাতাল পাৰ্থক্য ?

Published: 

25 Jun 2024 | 05:22 PM

Nora Fatehi: নোৰাই সমালোনাৰ সন্মুখীন নোহোৱা নহয় । কেতিয়াবা তেওঁৰ নৃত্য, কেতিয়াবা তেওঁৰ চেহেৰা, কেতিয়াবা তেওঁ ক্ষেত্ৰত প্লাষ্টিক চাৰ্জাৰীৰ বিষয়টো উত্থাপন হয় । কেতিয়াবা তেওঁৰ পৰিৱৰ্তিত শাৰীৰিক ৰূপক লৈ প্ৰশ্ন উত্থাপন হয়।

1 / 8নোৰা ফাতেহী, তেওঁ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। বহুতে নোৰাক পৰামৰ্শ দিছিল যে আৰম্ভণিতে আইটেম ডান্সৰ অফাৰটো গ্ৰহণ নকৰিব। নহ’লে কেতিয়াও অভিনেত্ৰী হ’ব নোৱাৰিব।

নোৰা ফাতেহী, তেওঁ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। বহুতে নোৰাক পৰামৰ্শ দিছিল যে আৰম্ভণিতে আইটেম ডান্সৰ অফাৰটো গ্ৰহণ নকৰিব। নহ’লে কেতিয়াও অভিনেত্ৰী হ’ব নোৱাৰিব।

2 / 8

কিন্তু নোৰাই প্ৰতিটো সুযোগতে তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। বলিউডতো তেওঁ নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল।

3 / 8

অৱশ্যে নোৰাই সমালোনাৰ সন্মুখীন নোহোৱা নহয় । কেতিয়াবা তেওঁৰ নৃত্য, কেতিয়াবা তেওঁৰ চেহেৰা, কেতিয়াবা তেওঁ ক্ষেত্ৰত প্লাষ্টিক চাৰ্জাৰীৰ বিষয়টো উত্থাপন হয় । কেতিয়াবা তেওঁৰ পৰিৱৰ্তিত শাৰীৰিক ৰূপক লৈ প্ৰশ্ন উত্থাপন হয়।

4 / 8

দিনক দিনে সলনি হৈ আছে নোৰা ফাতেহীৰ ৰূপ। আৰু সেইবাবেই দৈনিক ছ’চিয়েল মিডিয়াৰ চৰ্চাৰ শীৰ্ষত থাকে তেওঁ । শেহতীয়া নোৰাৰ আৰু এখন ফটোক লৈ চৰ্চা আৰম্ভ হৈছে । ইফালে, পুৰণি কিছুমান ফটোক লৈ নোৰা ফাতেহী আৰু প্ৰিন্স নাৰুলাৰ মাজৰ প্ৰেমৰ চৰ্চা নিতৌ হয় ।

5 / 8

ছ’চিয়েল মিডিয়াত এই যুটিৰ একাধিক ছবি থকা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। যদিও তেওঁলোকে এই সম্পৰ্কক লৈ ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা দেখা নাযায়। ইহঁতৰ মাজত কিবা সম্পৰ্ক আছে নে নাই তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে ।

6 / 8

বৰ্তমান তেওঁলোকৰ এখন পুৰণি ফটোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ।

7 / 8

আগতে নোৰাৰ চেহেৰা যেনেকুৱা আছিল, এতিয়াৰ চেহেৰা লগত আকাশ-পাতাল পাৰ্থক্য । যাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে ।

8 / 8

যেতিয়াই নোৰাৰ পুৰণি ফটো বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হয়, তেতিয়াই নেট জগতখনত চেলিব্ৰিটিগৰাকীৰ বিষয়ে বহু প্ৰশ্নৰ উত্থাপন হয় । কেনেকৈ ইমান সলনি হ'ল নোৰাৰ চেহেৰা ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...