প্ৰিয়ংকা চোপ্ৰাৰ বেডৰুমৰ গোপন ৰহস্য ফাদিল, জানি সকলো আচৰিত!

Nick Jonas Shares Bedroom Secrete: শেহতীয়াকৈ এটা সাক্ষাৎকাৰত প্ৰিয়ংকাৰ সৈতে নিকৰ সম্পৰ্কৰ বিষয়ে সুধিছিল। নিক জ’নাছে তেওঁলোকৰ শোৱা কোঠাৰ সকলো কথা মুকলিকৈ প্ৰকাশ কৰে।

প্ৰিয়ংকা চোপ্ৰাৰ বেডৰুমৰ গোপন ৰহস্য ফাদিল, জানি সকলো আচৰিত!

প্ৰিয়ংকা চোপ্ৰাৰ বেডৰুমৰ গোপন ৰহস্য ফাদিল

Published: 

21 Aug 2025 | 05:47 PM

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত প্ৰিয়ংকাৰ সৈতে নিকৰ ৰোমাঞ্চৰ বিষয়ে সুধিছিল। নিক জ’নাছে তেওঁলোকৰ বেডৰুমৰ সকলো কথা মুকলিকৈ প্ৰকাশ কৰে। আনকি সাংবাদিকজনো নিকৰ এনে বক্তব্য শুনি আচৰিত হৈ পৰে।

নিকে কয়, “মোৰ বাবে সকলো নিয়মৰ লগত বান্ধ খাই আছে। কিন্তু প্ৰিয়ংকাই সেই নিয়মবোৰ প্ৰতিদিনে ভংগ কৰে। ড্ৰয়িং ৰুমৰ পৰা আৰম্ভ কৰি বেডৰুমলৈকে মোৰ কেইবাটাও নিয়ম আছে। কেনেকৈ বহিব লাগে, ক’ত বহিব লাগে, কেতিয়া শুব লাগে, কেনেকৈ শুব লাগে সেই সম্পৰ্কে মোৰ কিছুমান নীতি-নিয়ম আছে। নিকে কয়, “উদাহৰণস্বৰূপে মই কেৱল বিচনাত শুই ভাল পাওঁ।” বিচনাত টিভি চোৱা বা কিতাপ পঢ়া মোৰ একেবাৰেই ভাল নালাগে। বৰঞ্চ মোৰ কোঠাত তেওঁৰ বাবে আন আচবাব আছে। কিন্তু প্ৰিয়ংকাই এইবোৰ কথা চিন্তা নকৰে। তেওঁ ইমান নিয়মৰ মাজত থাকি ভাল নাপায়”

শোৱা কোঠাৰ এচিটোৰ বিষয়ে নিকে কি ক’লে?

নিকে কয়, “মোৰ ঘৰৰ এচি সদায় হাই হৈ থাকে। আচলতে মোৰ বৰ গৰম লাগে।”

বহু বছৰৰ প্ৰেমৰ অন্তত ২০১৮ চনৰ ১ ডিচেম্বৰত ৰাজস্থানত প্ৰিয়ংকাই নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০২২ চনত প্ৰিয়ংকা আৰু নিকৰ পৰিয়ালত নতুন সদস্যক আদৰণি জনায়। প্ৰিয়ংকা এজনী ছোৱালীৰ মাক হৈ পৰে। যাৰ নাম ৰাখিলে মালতী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...