বয়সৰ ভুল! ১৪ বছৰ বয়সত গৰ্ভৱতী হৈছিল কৰীনা, লগত কাৰ নাম সাঙুৰ খাইছিল?

কাপুৰ পৰিয়ালৰ নিয়ম অনুসৰি বিয়াৰ পিছত মহিলাই ছবি উদ্যোগটোত কাম কৰিব নোৱাৰে। কিন্তু এই কথা কৰীনাৰ মাতৃ ববিতাই মানি ল’ব পৰা নাছিল। কৰীনা আৰু কৰিশ্মা নামৰ কন্যা দুগৰাকীৰ সৈতে তেওঁ পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰে।

বয়সৰ ভুল! ১৪ বছৰ বয়সত গৰ্ভৱতী হৈছিল কৰীনা, লগত কাৰ নাম সাঙুৰ খাইছিল?

বয়সৰ ভুল!

Updated On: 

02 Jul 2025 | 12:16 PM

কৰীনা কাপুৰ খানৰ বয়স ৱিকিপিডিয়া অনুসৰি ৪০ বছৰৰ ওপৰত। ছবি উদ্যোগত অভিনেত্ৰীগৰাকীৰ বিষয়ে আলোচনাৰ অভাৱ নাই। বহুতৰ মতে কৰীনা ধনী মানুহৰ নষ্ট সন্তান, যাক ইংৰাজীত ‘spoiled brat’ বুলি কোৱা হয়। কৰীনাৰ হাজাৰ হাজাৰ অনুৰাগী। অভিনেত্ৰীগৰাকীক লৈ বিভিন্ন উৰাবাতৰি প্ৰচাৰ হৈ থাকে। কিন্তু এই সকলোবোৰৰ ভিতৰত এটা খবৰে সকলোকে আচৰিত কৰি তোলে!

উদ্যোগটোত শুনা যায় যে কৈশোৰ কালত কৰীনাৰ লগত এটা ঘটনা ঘটিছিল, যিয়ে সেই সময়ত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। কোৱা হয় যে, কৰীনা গৰ্ভৱতী হৈছিল। কিন্তু পিতৃ হিচাপে কাৰ নাম সাঙুৰ খাইছিল জানেনে? আজি সম্পূৰ্ণ কাহিনী জানক…

১৯৮০ চনৰ ২১ ছেপ্টেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল কৰীনা কাপুৰে। পিতৃ ৰণধীৰ কাপুৰ আৰু মাতৃ ববিতাৰ সম্পৰ্ক একেবাৰে ভাল নাছিল। গতিকে ইয়াৰ প্ৰভাৱ সন্তানৰ ওপৰতো পৰে।

কাপুৰ পৰিয়ালৰ নিয়ম অনুসৰি বিয়াৰ পিছত মহিলাই ছবি উদ্যোগটোত কাম কৰিব নোৱাৰে। কিন্তু এই কথা কৰীনাৰ মাতৃ ববিতাই মানি ল’ব পৰা নাছিল। কৰীনা আৰু কৰিশ্মা নামৰ কন্যা দুগৰাকীৰ সৈতে তেওঁ পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে। যদিও প্ৰথমে কৰীনাক যমুনাবাই নাৰ্চী স্কুলত ভৰ্তি কৰাইছিল, কেইবছৰমান পিছত বেবোক ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুললৈ প্ৰেৰণ কৰে।

আজিও চৰ্চা চলে যে, সেই স্কুলত পঢ়ি থকাৰ সময়তে নৱম শ্ৰেণীত হঠাতে গৰ্ভৱতী হৈছিল। তেতিয়া কৰীনাৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। হৃতিক ৰোশনৰ নামটো শিশুটিৰ পিতৃ হিচাপে বিয়পি পৰিছিল।

যদিও এই ঘটনাৰ কোনো উপযুক্ত প্ৰমাণ পোৱা নাই। এইটো কেৱল এটা উৰাবাতৰি নে প্ৰকৃততে ঘটা কিবা সেয়া এতিয়াও স্পষ্ট নহয়। কৰীনাই কেতিয়াও এই বিষয়ে মত প্ৰকাশ কৰা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...