নিজ ভাতৃয়েই বিক্ৰী কৰিছিল এইগৰাকী অভিনেত্ৰীৰ নগ্ন ছবি…

নীলা ছবিৰ কথা নিশ্চয় বিভিন্নজনে জানে! কিন্তু কেতিয়াবা শুনিছিনে, ভগ্নীৰ নগ্ন ফটো দেখুৱাই ভাতৃয়ে টকা ঘটাৰ কথা। অবিশ্বাস্য হ'লেও এয়াই সঁচা।

নিজ ভাতৃয়েই বিক্ৰী কৰিছিল এইগৰাকী অভিনেত্ৰীৰ নগ্ন ছবি...

প্ৰতীকি ফটো

Updated On: 

12 Feb 2025 | 12:53 PM

নীলা ছবিৰ নায়িকা হোৱা কোনো সহজ কাম নহয়! কিন্তু যেতিয়া কোনো ভাতৃয়ে ইয়াৰ সুযোগ লৈ টকা ঘটে বুলি কওঁ সেয়া আপুনি বিশ্বাস কৰিব নে?  অবিশ্বাস্য হ’লেও এয়াই সঁচা। ছানী লিয়নিৰ নাম আপুনি নিশ্চয় শুনিছে।  বহু চেষ্টাৰ অন্ততো ছানী লিয়নীয়ে নীলা ছবিৰ নায়িকাৰ দাগটো মচিব পৰা নাছিল। আনকি তেওঁ যেতিয়া কোনো এখন ছবিত অভিনয় কৰে তেতিয়া পৰিচালক বা প্ৰযোজক তেওঁ পৰ্ণগ্ৰাফিক ছবিৰ বাবেহে মনত ৰাখে।

কিন্তু ছানী লিয়নিয়ে এয়া বিচৰা নাছিল। প্ৰথম অৱস্থাত এগৰাকী অভিনেত্ৰী হ’ব বিচৰা ছানীয়ে কেনেকৈ নীলা ছবিৰ জগতত ভৰি দিছিল তাৰ বিষয়ে তেওঁৰ বায়’পিকত উল্লেখ আছে।  প্লেবয় আলোচনীৰ কভাৰত স্থান লাভ কৰা ভাৰতৰ প্ৰথম অভিনেত্ৰী ছানী লিয়নি। ছানীয়ে উল্লেখ কৰিছিল, যৌনতাৰ জগতখনত ভৰি দিয়াৰ পাছত তেওঁৰ জীৱন কঠিন হৈ পৰিছিল। আনকি অভিনেত্ৰীগৰাকীয়ে নিজৰ পৰিয়ালৰ আগতো লজ্জিত অনুভৱ কৰিছিল। তেওঁ ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছিল । কিন্তু এটা কথা জানেনে? ছানী লিয়নিৰ এই কামৰ বাবে পিতৃ-মাতৃ লজ্জিত হ’লেও, তেওঁ বিৰক্ত হ’লেও, ভাতৃয়ে কিন্তু বহু টকা ঘটিছিল।

ছানীয়ে এই কথা নিজৰ বায়’পিকত উল্লেখ কৰিছিল। এই সন্দৰ্ভত তেওঁৰ জীৱনক লৈ নিৰ্মিত ৱেব ছিৰিজত বহু কথা পোহৰলৈ আহিছিল। ছানী লিয়নিৰ একমাত্ৰ ভাতৃ সন্দীপ বোহৰা ছানী লিয়নিৰ প্ৰতিটো দিশৰ বিষয়ে জানিছিলি। প্ৰথম অৱস্থাত ছানীয়ে কেনেকৈ অশ্লীল ফটো শ্বুট কৰিছিল, কেনেকৈ নীলা ছবি জগতত সোমাই পৰিছিল এই সকলোবোৰৰ বিষয়ে ভাতৃ জ্ঞাত আছিল। আনকি ছানী লিয়নি নামটোও তেওঁক ভাতৃয়ে দিছিল।

উল্লেখ্য যে, ২০১৩ চনত ছানীয়ে পেন্ট হাউচ অফ দ্যা য়েৰ হিচাপে নিৰ্বাচিত হৈছিল।  যাৰ বাবে আমেৰিকাত তেওঁ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছিল। সেই সময়ত ছানীৰ অটোগ্ৰাফ থকা ডাঙৰ কথা আছিল। কিন্তু ছানীৰ ভাতৃৰ বাবে এয়া সহজ কাম আছিল। তেওঁ নগ্ন ফটোত ছানীৰ স্বাক্ষৰ লৈ সেইবোৰ হাজাৰ হাজাৰ টকাত বিক্ৰী কৰিছিল।  এনেকৈয়ে  ছানীৰ ভাতৃয়ে তেওঁৰ ফটোৰ দ্বাৰা টকা ঘটিছিল। ছানীয়ে প্ৰথম অৱস্থাত কেইবাখনো আলোচনীৰ বাবে নগ্ন ফটো শ্বুট কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...