চুম্বনৰ সময়ত নায়িকাৰ মুখৰ অসহ্যকৰ গোন্ধ, টকাৰ বাবে বাধ্য হৈ পৰে ইমৰাণ হাছমী!

কিন্তু সময়ৰ লগে লগে ইমৰাণ হাছমীৰ ছবিৰ ধৰণ সলনি হৈছে। বিভিন্ন ধাৰাৰ কেইবাখনো ছবি কৰি নিজৰ শৈলী সলনি কৰিছে অভিনেতাজনে।

চুম্বনৰ সময়ত নায়িকাৰ মুখৰ অসহ্যকৰ গোন্ধ, টকাৰ বাবে বাধ্য হৈ পৰে ইমৰাণ হাছমী!

চুম্বনৰ সময়ত নায়িকাৰ মুখৰ অসহ্যকৰ গোন্ধ, ইমৰাণ হাছমীৰ কি হৈছিল?

Published: 

12 Aug 2025 | 03:21 PM

টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে? বৰ্তমান সময়ত টকাই যেন সকলো! এজন তাৰকাই কি পৰ্যায়লৈ গৈ নিজকে গঢ়িব পাৰে তাৰ উদাহৰণ বলীউডৰ জগতত আছে। সেই তালিকাৰ পৰা অভিনেতা ইমৰাণ হাছমীও বাদ পৰা নাই। বলীউড জগতত প্ৰতিটো খোজতে নিজৰ অভিনয় শৈলী আৰু উষ্ণ আবেদনেৰে সকলোৰে হৃদয় জয় কৰিছে। কিন্তু এনেধৰণৰ আবেদনময় চৰিত্ৰ কৰিলে অভিনেতাজনৰ অভিনেত্ৰীসকলৰ সৈতে সমস্যা হয় নেকি?

পিছে এবাৰ বৰ ডাঙৰ বিপদত পৰে ইমৰাণ! ইমৰাণ হাছমীৰ ছবি বুলি ক’লে বহুতে চুম্বনৰ দৃশ্যৰ কথাহে মনত কৰে। তেওঁ বিভিন্ন ছবিত বিভিন্ন অভিনেত্ৰীক চুম্বন কৰা দেখা গৈছে। তাৰে কিছুমান তেওঁৰ সুন্দৰ স্মৃতি, আৰু কিছুমান বেয়া স্মৃতি আছে। ইমৰাণৰ স্মৃতিত মল্লিকা আছিল শ্ৰেষ্ঠ চুম্বন কৰা সংগী। ভিগে হোঠ তেৰে… এই গীতটি এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে।

কিন্তু এবাৰ বৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হয় অভিনেতাজন। এফাল শ্বুটিং আনফালে অভিনেত্ৰীগৰাকীৰ মুখত প্ৰচণ্ড গোন্ধ। কিন্তু কোনো উপায় নাই! ইমৰানে সেইদিনা সেই গোন্ধ সহ্য কৰি চুম্বন কৰিছিল। অৱশ্যে সেই অভিনেত্ৰীগৰাকীৰ নাম কেতিয়াও ৰাজহুৱাকৈ ওলাবলৈ নিদিলে তেওঁ। সেই নামটো ইমৰাণে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট নকৰিলে। সকলো এতিয়াও গোপন।

সময়ৰ লগে লগে এতিয়া ইমৰাণ হাছমীৰ ছবিৰ শৈলী সলনি হৈছে। শেহতীয়াকৈ খলনায়ক ৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতাজনে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...