কিশোৰ বিহীন আকৌ এটা বছৰ! অভিনেতা কিশোৰ দাসৰ আজি মৃত্যু বাৰ্ষিকী | Actor Kishore Das's death anniversary today Assam news - Assam Tv9

কিশোৰ বিহীন আকৌ এটা বছৰ! অভিনেতা কিশোৰ দাসৰ আজি মৃত্যু বাৰ্ষিকী

Published: 

02 Jul 2024 | 09:46 AM

অভিনয় জগতত খোজ পেলাই অতি কম সময়তে সকলোৰে হৃদয় জিকিবলৈ সক্ষম হৈছিল কিশোৰ দাসে ৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস...

1 / 5আজি অভিনেতা কিশোৰ দাসৰ মৃত্যু বাৰ্ষিকী। অভিনয় জগতত খোজ পেলাই অতি কম সময়তে সকলোৰে হৃদয় জিকিবলৈ সক্ষম হৈছিল কিশোৰ দাসে ৷

আজি অভিনেতা কিশোৰ দাসৰ মৃত্যু বাৰ্ষিকী। অভিনয় জগতত খোজ পেলাই অতি কম সময়তে সকলোৰে হৃদয় জিকিবলৈ সক্ষম হৈছিল কিশোৰ দাসে ৷

2 / 5

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থাকি আজিৰ দিনটোত সকলোকে কন্দুৱাই গুচি যায়।

3 / 5

গুৱাহাটীস্থিত 'হেলথ চিটি'ত চিকিৎসাধীন হৈ থকাৰ পিছত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল অভিনেতাগৰাকী ৷ মুম্বাইৰ পৰা চেন্নাইলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল কিশোৰক ৷

4 / 5

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস!চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হৈছিল অভিনেতাজনৰ৷

5 / 5

বহু কেইখন ছবি, মিউজিক ভিডিঅ, ধাৰাবাহিকত অভিনয় কৰি ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল কিশোৰ দাস ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...