দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৩০ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

30 Sep 2025 | 09:56 AM

আজি ৩০ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৩০ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৬৮৭ চনত ঔৰংজেবে হায়দৰাবাদৰ গোলকন্দা দুৰ্গ দখল কৰে।

১৯৪৭ চনত পাকিস্তান আৰু য়েমেনে ৰাষ্ট্ৰসংঘত যোগদান কৰে।

১৯৯৩ চনত ভাৰতৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত ভূমিকম্পৰ ফলত ১০ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক গৃহহীন হৈ পৰে।

২০০১ চনত ইজৰাইলৰ স্বৰাজ মন্ত্ৰালয়ে পেলেষ্টাইনৰ সৈতে হোৱা চুক্তিত অনুমোদন জনায়।

২০০৩ চনত বিশ্বনাথন আনন্দই বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ লাভ কৰে।

২০০১ চনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মাধৱ ৰাও সিন্ধিয়াৰ মৃত্যু হয়।

২০০৯ চনত প্ৰখ্যাত প্লেবেক গায়িকা মান্না দে ২০০৭ চনৰ সন্মানীয় দাদাছাহেব ফালকে বঁটাৰ বাবে নিৰ্বাচিত হয়।

১৯৪৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সীমান্ত মুকলি কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...