দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৮ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

28 Sep 2025 | 09:19 AM

আজি ২৮ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৮ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৩৭ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহে দিল্লীত ক্ষমতা দখল কৰে।

১৮৩৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ পিতৃৰ মৃত্যুৰ পিছত সিংহাসনত আৰোহণ কৰে।

১৯২৩ চনত ইথিওপিয়াই লীগ অৱ নেচনৰ পৰা আঁতৰি যায়।

১৯২৮ চনত আমেৰিকাই চীনৰ জাতীয়তাবাদী চিয়াং কাই-শ্বেক চৰকাৰক স্বীকৃতি দিয়ে।

১৯৫০ চনত ইণ্ডোনেছিয়া ৰাষ্ট্ৰসংঘৰ ৬০ সংখ্যক সদস্য হিচাপে পৰিগণিত হয়।

১৯৫৮ চনত ফ্ৰান্সৰ সংবিধান কাৰ্যকৰী হয়।

২০০৩ চনত এই মহাকাশযানখন ৰাছিয়াৰ মাটিত নিৰাপদে অৱতৰণ কৰে।

২০০৪ চনত বিশ্ব বেংকে ভাৰতক বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে ঘোষণা কৰে।

১৯২৯ চনৰ আজিৰ দিনটোতে লতা মংগেশকাৰ জন্ম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...