দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৭ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

27 Sep 2025 | 09:29 AM

আজি ২৭ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৭ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১২৯০ চনৰ আজিৰ দিনটোতে চীনৰ চিলি উপসাগৰত ভূমিকম্পৰ ফলত প্ৰায় এক লাখ লোকৰ মৃত্যু হয়।

১৭৬০ চনত মিৰ কাছিম বংগৰ নবাব হয়।

১৮২১ চনত মেক্সিকো স্বাধীনতা লাভ কৰে।

১৯৪০ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালী, জাৰ্মানী আৰু জাপানে অক্ষ শক্তি চুক্তিত স্বাক্ষৰ কৰে।

১৯৫৮ চনত মিহিৰ সেন ব্ৰিটিছ চেনেল পাৰ হৈ সাঁতুৰি যোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।

১৯৯৫ চনত আমেৰিকাৰ মধ্যস্থতাত বছনিয়াত যুদ্ধংদেহী তিনিওটা পক্ষৰ মাজত এখন সন্ধি হয়।

১৯৯৬ চনত আফগানিস্তানত তালিবানে কাবুল দখল কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি নাজিবুল্লাহ আৰু তেওঁৰ ভাতৃক ৰাজহুৱাভাৱে ফাঁচী দিয়ে।

১৯৯৮ চনত ইণ্টাৰনেট চাৰ্চ ইঞ্জিন গুগল প্ৰতিষ্ঠা হয়।

২০০৫ চনত বিল গেটছ একেৰাহে একাদশ বছৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...