দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৩ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

23 Sep 2025 10:08 AM

আজি ২৩ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৩ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৭৩৯ চনত ৰাছিয়া আৰু তুৰস্কৰ মাজত বেলগ্ৰেড শান্তি চুক্তি স্বাক্ষৰিত হয়।

১৮৫৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ড উপসাগৰত ভয়াবহ ধুমুহাত ৰাছিয়াৰ যুদ্ধ জাহাজ লেফৰ্ট অন্তৰ্ধান হয় আৰু ৮২৬ জন লোকৰ মৃত্যু হয়।

১৯৫৫ চনত পাকিস্তানে বাগদাদ চুক্তি স্বাক্ষৰ কৰে।

১৯৫৮ চনত ব্ৰিটেইনে খ্ৰীষ্টমাছ দ্বীপত বায়ুমণ্ডলীয় পাৰমাণৱিক পৰীক্ষা কৰে।

১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়।

১৯৮৬ চনত আমেৰিকাৰ কংগ্ৰেছে আমেৰিকাৰ জাতীয় ফুল হিচাপে গোলাপ ফুল বাছি লয়।

১৯৯২ চনত যুগোস্লাভিয়াক ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰা হয়।

২০০৩ চনত ভূটানত গণতান্ত্ৰিক সংবিধানৰ খচৰা প্ৰস্তুত কৰা হয়।

১৮৫৭ চনৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ অন্যতম নেতা ৰাও তুলা ৰামৰ মৃত্যু হয়।

১৮০৩ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আছায়ে যুদ্ধত মাৰাঠা সেনাক পৰাস্ত কৰে।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!