নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!

22 SEP 2025

TV9 ASSAM

Getty images

আজিৰে পৰা আৰম্ভ নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ । এইবাৰ নৱৰাত্ৰিয়ে আনিছে কিছু বিশেষ কাকতালীয় সংযোগ।

নৱৰাত্ৰি

জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহৰ গতি আৰু ইয়াৰ মিলনে জীৱনত ডাঙৰ পৰিৱৰ্তন আনে। এইবাৰ নৱৰাত্ৰিৰ সময়ত এক অতি শুভ যোগ গঢ় লৈ উঠিছে, যাক মহালক্ষ্মী ৰাজযোগ বুলি কোৱা হয়।

মহালক্ষ্মী ৰাজযোগ

নৱৰাত্ৰিৰ মাজভাগত ২৪ ছেপ্টেম্বৰত চন্দ্ৰই নিজৰ গতিপথ সলনি কৰি তুলা ৰাশিত প্ৰৱেশ কৰিছে। ধন-সুখৰ কাৰক চন্দ্ৰই যেতিয়া সাহস আৰু শক্তিৰ গ্ৰহ মংগল গ্ৰহৰ সৈতে সাক্ষাৎ কৰে তেতিয়া ই এক বিশেষ মহালক্ষ্মী ৰাজযোগৰ সৃষ্টি কৰে।

কেনেকৈ

পঞ্চাঙৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ২২ ছেপ্টেম্বৰ ২০২৫ৰ পৰা নৱৰাত্ৰি আৰম্ভ হ’ব, আৰু ২ অক্টোবৰত শেষ হ’ব।

কেতিয়া

ধনৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যাব। হঠাতে ধন লাভৰ সম্ভাৱনা আছে। আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব।

তুলা ৰাশি

মকৰ ৰাশিৰ লোকৰ বাবে এই যোগ কৰ্ম আৰু লাভৰ ঘৰত গঢ় লৈ উঠিছে, যিটো তেওঁলোকৰ বাবে অতি শুভ হ’ব।

মকৰ ৰাশি

কুম্ভ ৰাশিৰ লোকৰ বাবে এই যোগ ভাগ্য আৰু ধৰ্মৰ ঘৰত গঢ় লৈ উঠিছে, যিয়ে তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে।

কুম্ভ ৰাশি

শুভ সংযোগ,  এই ৫ ৰাশিৰ সলনি  হ’ব ভাগ্য!

চাবলৈ ক্লিক কৰক