সঘনাই বগা স্ৰাৱৰ সমস্যাৰ সন্মুখীন হৈছে নেকি? 

21 Sept 2025

TV9 ASSAM

মাহেকীয়া চক্ৰৰ আগতে বা কেতিয়াবা সংক্ৰমণৰ বাবেও হ’ব পাৰে।

কাৰণ

যোনিৰ পৰা ওলোৱা বগা বা আঠাযুক্ত তৰল পদাৰ্থ, যাক সাধাৰণতে বগা স্ৰাৱ বোলে।

মহিলাৰ সমস্যা

বিশেষজ্ঞসকলৰ মতে, কম আৰু গন্ধহীন বগা স্ৰাৱ মহিলাৰ শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া।

স্বাভাৱ্ক

ই ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

অত্যাধিক হলে

তেতিয়া বগা স্ৰাৱ প্ৰচণ্ড গোন্ধ, খজুৱতি, জ্বলা-পোৰা, প্ৰস্ৰাৱ হালধীয়া হয়।

কাৰণ

ই যৌন সংক্ৰামক ৰোগ (STD), কেন্সাৰ বা জৰায়ুৰ মুখৰ সমস্যাৰ লক্ষণো হ’ব পাৰে।

কাৰণ

সঘনাই আৰু অত্যধিক বগা স্ৰাৱ হোৱাটোও চিন্তাৰ কাৰণ হ’ব পাৰে।

মনত ৰাখক

লগতে পঢ়ক

আজি বিশ্ব শান্তি দিৱস