দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৯ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

09 Oct 2025 | 07:00 AM

আজি ৯ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৯ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৭৪ চনত ছুইজাৰলেণ্ডৰ বাৰ্নত ইউনিভাৰ্চেল ডাক ইউনিয়ন (UPU) প্ৰতিষ্ঠা কৰা হয় আৰু প্ৰতি বছৰে ইয়াৰ বৰ্ষপূৰ্তিত বিশ্ব ডাক দিৱস পালন কৰা হয়।

১৯৬২ চনত উগাণ্ডাই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰি গণৰাজ্যত পৰিণত হয়।

১৯৬৭ চনত আৰ্জেণ্টিনাৰ বিখ্যাত মাৰ্ক্সবাদী বিপ্লৱী চে গুৱেভাৰাৰ মৃত্যু।

১৯৯৭ চনত ইটালীৰ অভিনেতা আৰু সাহিত্যিক ডাৰিয়া ফ’ক সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।

১৯৯৮ চনত পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাই ইছলামিক শ্বৰীয়ত আইনক দেশৰ সৰ্বোচ্চ আইন হিচাপে অনুমোদন জনায়।

২০০৬ চনত গুগলে ইউটিউব অধিগ্ৰহণৰ কথা ঘোষণা কৰে।

১৯২০ চনত মালালা ইউছুফজাইক স্কুললৈ যোৱাৰ পথত তালিবানে গুলীয়াই হত্যাৰ চেষ্টা কৰে যদিও আক্ৰমণৰ পৰা ৰক্ষা পৰে আৰু পিছত শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ ছোৱালীৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব