দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৮ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

08 Oct 2025 | 07:00 AM

আজি ৮ অক্টোবৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৮ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৬০ চনত আমেৰিকাৰ লছ এঞ্জেলছ আৰু ছান ফ্ৰান্সিস্কোৰ মাজত টেলিগ্ৰাফ লাইন স্থাপন কৰা হয়।

১৯৩২ চনত ভাৰতীয় বায়ুসেনা গঠন হৈছিল।

১৯৬৭ চনত বলিভিয়াত চে গুৱেভাৰা আৰু তেওঁৰ দলটোক বন্দী কৰা হয়।

১৯৯৮ চনত ভাৰত ফ্লাইট ছেফটি ফাউণ্ডেশ্যনৰ সদস্য হয়।

২০০১ চনত ইটালীৰ মিলান বিমানবন্দৰত দুখন বিমান সংঘৰ্ষত ১১৪ জন লোকৰ মৃত্যু হৈছিল।

২০০২ চনত পাকিস্তানে পুনৰ শ্বাহীন ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছিল।

২০০৫ চনত কাশ্মীৰত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব