দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৭ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Updated On: 

07 Oct 2025 | 09:34 AM

আজি ৭ অক্টোবৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৭ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৫৮৬ চনত মোগল সৈন্যই কাশ্মীৰত প্ৰৱেশ কৰে।

১৮৪০ চনত দ্বিতীয় উইলেম নেদাৰলেণ্ডৰ ৰজা হয়।

১৮৬৮ চনত আমেৰিকাত কৰ্নেল বিশ্ববিদ্যালয় মুকলি হয়। ৪১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, যিটো সেই সময়ত সৰ্বাধিক।

১৯১৯ চনত গান্ধীজীৰ ‘নৱজীৱন’ আলোচনী প্ৰকাশ পায়।

১৯৪২ চনত আমেৰিকা আৰু ব্ৰিটিছ চৰকাৰে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে।

১৯৫২ চনত চণ্ডীগড় পঞ্জাৱৰ ৰাজধানী হয়।

২০০১ চনত আমেৰিকাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেচন “এণ্ডুৰিং ফ্ৰিডম” আৰম্ভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব