দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৫ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Updated On: 

05 Oct 2025 09:44 AM

আজি ৫ অক্টোবৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৫ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৭৯৩ চনত ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সত খ্ৰীষ্টান ধৰ্ম প্ৰতিষ্ঠা হয়।
  2. ১৭৯৬ চনত স্পেইনে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  3. ১৮৬৪ চনৰ আজিৰ দিনটোতে কলিকতাত ঘূৰ্ণীবতাহত প্ৰায় ৫০,০০০ লোকৰ মৃত্যু হয়।
  4. ১৯১৫ চনত বুলগেৰিয়াই প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰে।
  5. ১৯৪৬ চনত প্ৰথম কান চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰে।
  6. ১৯৮৮ চনত ব্ৰাজিলৰ সংবিধান পৰিষদে ইয়াৰ সংবিধান অনুমোদন কৰে।
  7. ১৯৯৯ চনত ভাৰতে সৰ্বাংগীন পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (CTBT) সম্পৰ্কীয় বিশেষ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়।
  8. ২০০০ চনত যুগোস্লাভিয়াৰ ৰাষ্ট্ৰপতি মিলোচেভিচৰ বিৰুদ্ধে বিদ্ৰোহ।
স্বামীক সুখী কৰিব পৰা নাই নেকি? শক্তি বঢ়াব এইসমূহ খাদ্যই!
ভাৰতীয় দলত অন্ত পৰিল এইগৰাকী তাৰকাৰ কেৰিয়াৰ! দেশক দেখুৱাইছিল বিশ্বকাপ জয়ৰ স্বপ্ন
ৰাম নে কৃষ্ণ, কাতি বিহুত কোন বিধ তুলসী ঘৰত ৰোপণ কৰিব লাগে ?
গুপ্তাংগৰ অত্যধিক দুৰ্গন্ধ ওলায় নেকি? এই ঘৰুৱা উপায়েৰে কৰক দূৰ