দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৪ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

04 Oct 2025 | 09:50 AM

আজি ৪ অক্টোবৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৪ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১২২৭ চনত খলিফা আল আদিলক হত্যা কৰা হয়।
  2. ১৮২৪ চনত মেক্সিকো গণৰাজ্যত পৰিণত হয়।
  3. ১৯৯৬ চনত ১৬ বছৰীয়া পাকিস্তানী বেটছমেন শ্বাহিদ আফ্ৰিদীয়ে ৱান ডে ইণ্টাৰনেশ্যনেলত ৩৭টা বলত শতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  4. ১৯৭৭ চনত ভাৰতৰ বিদেশ মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত হিন্দী ভাষাত ভাষণ দিয়ে। এইটোৱেই আছিল হিন্দীত দিয়া প্ৰথম ভাষণ।
  5. ২০০০ চনত চাং চুন-ছিউং টাইৱানৰ নতুন প্ৰধানমন্ত্ৰী হয়।
  6. ২০১১ চনত আমেৰিকাই ইছলামিক ষ্টেটৰ নেতা আবু বকৰ আল বাগদাদীক বিশ্বৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে আৰু তেওঁৰ ওপৰত এক কোটি ডলাৰৰ বাউন্টি আৰোপ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...