দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২০ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

20 Oct 2025 | 07:00 AM

আজি ২০ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২০ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৭৪০ চনত মাৰিয়া থেৰেছা অষ্ট্ৰিয়া, হাংগেৰী আৰু বোহেমিয়াৰ শাসক হয়।

১৭৭৪ চনত কলকাতা (তেতিয়াৰ কলিকতা) ভাৰতৰ ৰাজধানী হয়।

১৮৮০ চনত আমষ্টাৰডাম মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।

১৯০৪ চনত চিলি আৰু বলিভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰে।

১৯০৫ চনত ৰাছিয়াত ১১ দিনীয়া ঐতিহাসিক ধৰ্মঘট আৰম্ভ হয়।

১৯৪৭ চনত আমেৰিকা আৰু পাকিস্তানে প্ৰথমবাৰৰ বাবে কূটনৈতিক সম্পৰ্ক স্থাপন কৰে।

১৯৬২ চনত চীনে ভাৰতত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰে।

১৯৭৩ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অৱস্থিত ছিডনী অপেৰা হাউছ উদ্বোধন কৰা হয়।

২০১১ চনত লিবিয়াৰ একনায়কত্ববাদী মুয়াম্মাৰ গাদ্দাফিক নেশ্যনেল ট্ৰেঞ্জিচনেল কাউন্সিলৰ সৈন্যই হত্যা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...