দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২০ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ২০ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২০ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৮১৫ চনত ৰাছিয়া, প্ৰুছিয়া, অষ্ট্ৰিয়া আৰু ইংলেণ্ডে ইউৰোপত শান্তি বজাই ৰাখিবলৈ মিত্ৰতা গঠন কৰে।
১৮২৯ চনত ৰাছিয়াৰ নিকোলায়েভ আৰু চেভাষ্টোপল অঞ্চলৰ পৰা ইহুদীসকলক বহিষ্কাৰ কৰা হয়।
১৮৬৬ চনত আমেৰিকাৰ ৱাশ্বিংটনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।
১৯১৭ চনত ইউক্ৰেইনক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়।
১৯৪২ চনত ব্ৰিটিছ বাহিনীয়ে লিবিয়াৰ ৰাজধানী বেনগাজী পুনৰ দখল কৰে।
১৯৪৫ চনত জাপানে আমেৰিকাৰ হাতত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলায়।
১৯৫৫ চনত পলি উমৰিগাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচত ভাৰতৰ প্ৰথমটো দ্বৈত শতক অৰ্জন কৰে।
২০১৬ চনত পিভি সিন্ধুৱে তিনিখন খেলৰ মেচত চীনৰ ছান ইউক ফাইনেলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছুপাৰ ছিৰিজৰ খিতাপ দখল কৰে।