২১ দিন একেৰাহে নহৰু খালে কি হ'ব, জানক...

19  Nov 2025

TV9 ASSAM

নহৰুৰ বহু উপকাৰী গুণ থাকে। প্ৰায় সকলোৰে ঘৰত মচলা হিচাপে নহৰু ব্যৱহাৰ কৰা হয়। নহৰুৰ কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে বেয়া।

নহৰু

যদি আপুনি কিবা বস্তু খাবলৈ আৰম্ভ কৰে বা ত্যাগ কৰে তেন্তে প্ৰায় ৩ সপ্তাহৰ ভিতৰত ইয়াৰ পৰিণাম দেখুৱাবলৈ আৰম্ভ কৰে। গতিকে নহৰু ২১ দিন খালে কি হ'ব জানেনে?

প্ৰভাৱ

নহৰুত ছালফাৰ কম্পাউণ্ড এলিচিন থাকে। যিয়ে এন্টিভাইৰেল, এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগল গুণ থাকে। প্ৰতিদিনে নহৰু খালে চৰ্দি, কাহ, জ্বৰ, উশাহ সম্পৰ্কী সমস্যা আদি কম হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা

নহৰুৱে ব্লাড প্ৰেচাৰ (হাই) নিয়ন্ত্ৰণত ৰাখে আৰু এলডিএল (বেয়া) কলেষ্টেৰলৰ মাত্ৰা কম কৰাত সহায় কৰে। যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

হৃদযন্ত্ৰ

কেঁচা নহৰুৱে পাচন এঞ্জাইম উত্তেজিত কৰে আৰু অন্ত্ৰৰ ফ্লোৰাক নিয়ন্ত্ৰণ কৰে। যাৰ ফলত হজম প্ৰক্ৰিয়া ভাল হয়।

হজম

নহৰুত এন্টিঅক্সিডেন্টছ গুণ থাকে। যাৰ বাবে ই ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী। নহৰু খালে ছাল ধুনীয়া আৰু উজ্বল হৈ পৰে।

ছাল

প্ৰথমে নহৰুৰ এটা কলিৰ আধা খাব। পাছত এটা খোৱা কৰিব। নহৰু খুন্দি ১০ মিনিটমান ৰাখিব। তাৰ পাছত কেঁচা বা মৌৰ সৈতে খাব পাৰে। অৱশ্যে কিবা ৰোগ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

কেনেকৈ খাব

পঢ়িবলৈ ক্লিক কৰক 

বৃক্ক নষ্টৰ কাৰণ