মহিলাৰ মূত্ৰনলী পুৰুষতকৈ সৰু।

19  Nov 2025

TV9 ASSAM

সেয়ে পুৰুষতকৈ মহিলাৰ ইউটিআইৰ আশংকা বেছি।

শুভ

সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ লক্ষণ।

লক্ষণ

কেতিয়াবা পেটৰ তলৰ অংশত বিষ বা হেঁচি ধৰা যেনো লাগে।

লক্ষণ

সংক্ৰমণ মূত্ৰাশয়ৰ পৰা বৃক্কলৈ ওপৰলৈ বিয়পিবলৈ আৰম্ভ কৰে তেন্তে জ্বৰ হয়।

লক্ষণ

দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লগে।

নিয়ম

কোনো লক্ষণক কেতিয়াও আওকাণ কৰিব নালাগে।

ভুল নকৰিব

চিকিৎসা নকৰিলে ইউটিআই কিডনীত উপনীত হ’ব পাৰে, যিটো গুৰুতৰ হ’ব।

শুভ

লগতে পঢ়ক

শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰিলে কি কি সমস্যা হ’ব পাৰে?