দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৯ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

19 Nov 2025 | 07:00 AM

আজি ১৯ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৯ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৯ নৱেম্বৰ অসম ইতিহাসত তাৎপৰ্যপূৰ্ণ কাৰণ আজিৰ দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰা হয়।

১৯৩৩ চনত ইউৰোপীয় দেশ স্পেইনৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে।

১৯৫১ চনত আমেৰিকাই নেভাদাত পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৫২ চনত স্পেইন ইউনেস্ক’ৰ সদস্য হয়।

১৯৮২ চনত দিল্লীত নৱম এছিয়ান গেমছ আৰম্ভ হয়।

১৯৮৬ চনত পৰিৱেশ সুৰক্ষা আইন কাৰ্যকৰী হয়।

১৯৯৭ চনত কল্পনা চাওলা মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।

২০০২ চনত লছ এঞ্জেলছত অস্কাৰ বিজয়ী অভিনেতা জেক কবাৰ্নৰ মৃত্যু হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব