দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৫ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

15 Nov 2025 | 09:48 AM

আজি ১৫ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৫ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৩০ চনত সমাজ সংস্কাৰক ৰাজা ৰাম মোহন ৰায়ে ইংলেণ্ডলৈ ৰাওনা হয়।

১৯২০ চনত জেনেভাত লীগ অৱ নেচনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

১৯৪৭ চনত বিশ্ব স্বাস্থ্য সংস্থা ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা হিচাপে পৰিগণিত হয়।

১৯৪৯ চনত মহাত্মা গান্ধীৰ হত্যাত দোষী সাব্যস্ত হোৱা নাথুৰাম গডছে আৰু নাৰায়ণ দত্তত্ৰেয় আপ্তেক ফাঁচী দিয়া হয়।

১৯৫৫ চনত পোলেণ্ড আৰু যুগোস্লাভিয়াৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়।

১৯৬১ চনত ৰাষ্ট্ৰসংঘই পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ কৰে।

২০০০ চনত ঝাৰখণ্ড ভাৰতৰ ২৮ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।

২০১২ চনত ছি জিনপিং চীনৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...