দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১০ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

10 Nov 2025 | 09:29 AM

আজি ১০ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১০ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৮৫ চনত গটলিব ডেইমলাৰে বিশ্বৰ প্ৰথমখন মটৰ চাইকেল প্ৰৱৰ্তন কৰে।

১৯৫০ চনত আমেৰিকান লেখক উইলিয়াম ফকনাৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

১৯৫১ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৯৬ নং প্ৰস্তাৱ গ্ৰহণ কৰে।

১৯৭০ চনত ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চাৰ্লছ ডি গলৰ মৃত্যু হয়।

১৯৮৯ চনত জাৰ্মানীত বাৰ্লিনৰ দেৱাল ভাঙি পেলোৱাৰ কাম আৰম্ভ হয়।

১৯৯৭ চনত চীন-ৰাছিয়া ঘোষণাপত্ৰত দুয়োখন দেশৰ মাজত সীমা বিবাদৰ সমাধান হয়।

২০০০ চনত গংগা-মেকং লিংক প্ৰকল্পৰ কাম আৰম্ভ হয়।

২০০১ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...