আজি ২৯ জুলাই, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে আমেৰিকা আৰু জাপানে হেৰিছ চুক্তি স্বাক্ষৰ কৰি দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্কৰ পথ মুকলি কৰে। ইয়াৰ লগতে চাওঁ আহক ২৯ জুলাইৰ দিনটোৰ ইতিহাস।

আজি ২৯ জুলাই, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা...

দিনটোৰ ইতিহাস

Published: 

29 Jul 2025 | 07:00 AM

আজি ২৯ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটো পেৰিছৰ আৰ্ক ডি ট্ৰাইমফ উদ্বোধন কৰা হয়। একেদৰে এই দিনটোতে আমেৰিকা আৰু জাপানে হেৰিছ চুক্তি স্বাক্ষৰ কৰি দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্কৰ পথ মুকলি কৰে । চাওঁ আহক আজি দিনটোৰ ইতিহাস।

আজি দিনটোৰ ইতিহাস

  1. ১৮৩৬ চনৰ আজিৰ দিনটোতে পেৰিছৰ আৰ্ক ডি ট্ৰাইমফ উদ্বোধন কৰা হয়, যিটো ফৰাচী সামৰিক বিজয়ৰ স্মৃতিত স্থাপন কৰা এটা স্মৃতিসৌধ।
  2. ১৮৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু জাপানে ইতিহাসিক হেৰিছ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পাছতে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক গঢ়ি উঠে।
  3. ১৯৫৭ চনৰ আজিৰ দিনটোতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ) প্ৰতিষ্ঠা কৰা হৈছিল।
  4. ১৯৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰতিষ্ঠা লাভ নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)ৰ।
  5. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৮ চনৰ আজিৰ দিনটোতে প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক লণ্ডনত অনুষ্ঠিত কৰা হয়।
  6. ১৯২১ চনৰ আজিৰ দিনটোতে এডলফ হিটলাৰ নাজী বাহিনীৰ নেতা হিচাপে পৰিগণিত হয়।
  7. ১৯৭৩ চনত গ্ৰীচত হোৱা গণভোটৰ ফলত ৰাজতন্ত্ৰ বিলুপ্ত হৈ হেলেনিক গণৰাজ্য প্ৰতিষ্ঠা হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...