ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে কে আৰ নাৰায়ণনে ভাৰতৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি এই পদত অধিষ্ঠিত হোৱা প্ৰথম দলিত হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে দিনটোৰ ইতিহাস চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

25 Jul 2025 | 07:10 AM

আজি ২৫ জুলাই, শুকুৰবাৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে স্পেনিছ–আমেৰিকা যুদ্ধৰ সময়ত আমেৰিকান বাহিনীয়ে প’ৰ্ট’ ৰিকো আক্ৰমণ কৰে। আজিৰ দিনটোতে কে আৰ নাৰায়ণনে ভাৰতৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি এই পদত অধিষ্ঠিত হোৱা প্ৰথম দলিত হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে দিনটোৰ ইতিহাস চাওঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৫৯৩ চনত ফ্ৰান্সৰ চতুৰ্থ হেনৰীয়ে ধৰ্ম যুদ্ধৰ অন্ত পেলাবলৈ ৰোমান কেথলিক ধৰ্ম গ্ৰহণ কৰে।
  2. ১৮৩৭ চনত বৈদ্যুতিক টেলিগ্ৰাফৰ প্ৰথম ব্যৱহাৰ। উইলিয়াম কুক আৰু চাৰ্লছ হুইটষ্টোনে লণ্ডনৰ ইউষ্টন আৰু কেমডেন টাউনৰ মাজত ইয়াক প্ৰদৰ্শন কৰে।
  3. ১৮৯৮ চনত স্পেনিছ-আমেৰিকান যুদ্ধৰ সময়ত আমেৰিকাই প’ৰ্ট’ ৰিকো আক্ৰমণ কৰে। পিছলৈ প’ৰ্ট’ ৰিকো আমেৰিকাৰ ভূখণ্ডত পৰিণত হয়।
  4. ১৯০৯ চনত লুই ব্লেৰিয়েট ইংলিচ চেনেল (ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ) পাৰ হৈ বিমান উৰুৱাই নিয়া প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়, যিয়ে বিমান পৰিবহণৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে।
  5. ১৯৭৮ চনত আইভিএফৰ জৰিয়তে ব্ৰিটেইনত বিশ্বৰ প্ৰথমটো টেষ্ট টিউব কেঁচুৱা লুইজ ব্ৰাউনৰ জন্ম হয়।
  6. ১৯৯৭ চনত কে আৰ নাৰায়ণনে ভাৰতৰ দশম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি দেশৰ প্ৰথম দলিত ৰাষ্ট্ৰপতি হয়।
  7. ১৯৮০ চনত আজি দিনটোতে ভাৰতীয় অভিনেতা আৰু মডেল অৰ্জুন ৰামপালৰ জন্ম।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...