ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৯৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে ফিফা বিশ্বকাপৰ ফাইনেলত ব্ৰাজিলক ৩-০ গ’লত পৰাস্ত কৰিছিল। ২০০১ চনত ভাৰত আৰু বাংলাদেশে আগৰতলা আৰু ঢাকাৰ মাজত ‘মৈত্ৰী’ বাছ সেৱা আৰম্ভ কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

12 Jul 2025 | 09:29 AM

১২ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯৯৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে ফিফা বিশ্বকাপৰ ফাইনেলত ব্ৰাজিলক ৩-০ গ’লত পৰাস্ত কৰিছিল। ২০০১ চনত ভাৰত আৰু বাংলাদেশে আগৰতলা আৰু ঢাকাৰ মাজত ‘মৈত্ৰী’ বাছ সেৱা আৰম্ভ কৰে। ২০০৫ চনত বিখ্যাত ক্ৰিকেট আম্পায়াৰ ডেভিদ শ্বেফাৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯৩ চনত জাপানত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ১৬০ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৯৪৩ চনত প্ৰখৰ’ভকা যুদ্ধত ৰাছিয়াই নাজী জাৰ্মানীক পৰাস্ত কৰে।
  2. ২০০৩ চনত উত্তৰ আৰু দক্ষিণ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰৰ বিষয়ত আলোচনাত মিলিত হয়।
  3. ২০০৬ চনত ইজৰাইলে লেবাননৰ দুজন সৈনিক অপহৰণ কৰাৰ পিছতে লেবানন আক্ৰমণ কৰে।
  4. ১৯৯৪ চনত ২৭ বছৰ নিৰ্বাসনৰ অন্তত গাজা ষ্ট্ৰিপলৈ উভতি আহে পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ ইয়াছেৰ আৰাফাত।
  5. ১৯৯৭ চনত পাকিস্তানত নোবেল বিজয়ী মালালা ইউছুফজাইৰ জন্ম ।
  6. ১৯৯৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে ফিফা বিশ্বকাপৰ ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰিছিল।
  7. ২০০১ চনত ভাৰত আৰু বাংলাদেশে আগৰতলা আৰু ঢাকাৰ মাজত ‘মৈত্ৰী’ বাছ সেৱা আৰম্ভ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...