ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

অসমৰ ইতিহাসৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ । ১৮৩৮ চনৰ ৮ মে’ৰ দিনটোত প্ৰথমবাৰৰ বাবে অসমৰ চাহ বিক্ৰীৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহত দিনটোৰ ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

08 May 2025 | 07:10 AM

৮ মে’ৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজি দিনটোতে মহাত্মা গান্ধীয়ে ভাৰতত ব্ৰিটিছ অত্যাচাৰৰ অন্ত পেলাবলৈ ২১ দিনীয়া অনশন আৰম্ভ কৰিছিল । আজিৰ দিনটোতে ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত ব্ৰেটেন চুক্তি স্বাক্ষৰিত হয়। একেদৰে অসমৰ ইতিহাসৰ বাবেও আজিৰ দিনটো গুৰুত্বপূৰ্ণ । ১৮৩৮ চনৰ ৮ মে’ৰ দিনটোত প্ৰথমবাৰৰ বাবে অসমৰ চাহ বিক্ৰীৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহত দিনটোৰ ঘটনা পৰিঘটনা ।

আজিৰ দিনটোৰ ঘটনা পৰিঘটনা

  1. ১৩৬০ চনৰ আজিৰ দিনটোতে ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত ব্ৰেটেন চুক্তি স্বাক্ষৰিত হয়।
  2. ১৫৪১ চনৰ আজিৰ দিনটোতে হাৰ্নাণ্ডো ডি ছ’ট’য়ে মিচিচিপি নদী আৱিষ্কাৰ কৰে।
  3. ১৬২৪ চনৰ আজিৰ দিনটোতে ৰোমান সম্ৰাট দ্বিতীয় ফাৰ্ডিনাণ্ড আৰু ৰজা বেথলেন গাবৰৰ মাজত ভিয়েনা সন্ধি স্বাক্ষৰিত হয়।
  4. ১৯৩৩ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ভাৰতত ব্ৰিটিছৰ অত্যাচাৰৰ অন্ত পেলাবলৈ ২১ দিনীয়া উপবাস আৰম্ভ কৰে।
  5. ১৮৩৮ চনৰ আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে অসমৰ চাহ বিক্ৰীৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল
  6. ১৯৪৯ চনৰ আজিৰ দিনটোতে পশ্চিম জাৰ্মানীৰ সংবিধান অনুমোদন কৰা হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...