ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হয়। আজিৰ দিনটোতে ইৰাণত মহম্মদ খাটামীয়ে পুনৰ জয়লাভ কৰে, বেনজিৰ ভুট্টোক তিনি বছৰৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

09 Jun 2025 | 07:30 AM

আজি ৯ জুনৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হয়। আজিৰ দিনটোতে ইৰাণত মহম্মদ খাটামীয়ে পুনৰ জয়লাভ কৰে, বেনজিৰ ভুট্টোক তিনি বছৰৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৯৬৪ আজিৰ দিনটোতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হয়।
  2. ২০০১ চনৰ আজিৰ দিনটোতে ইৰাণত মহম্মদ খাটামীয়ে পুনৰ জয়লাভ কৰে, বেনজিৰ ভুট্টোক তিনি বছৰৰ কাৰাদণ্ড বিহা হয়।
  3. ২০০৬ চনৰ আজিৰ দিনটোতে মিউনিখত বিশ্বকাপ ফুটবলৰ ৰঙীন আৰম্ভণি।
  4. ১৯৫৯ চনৰ আজিৰ দিনটোতে ডাঃ কিৰণ মাৰ্টিনৰ জন্ম হয় । তেওঁ এগৰাকী শিশু চিকিৎসক আৰু সমাজকৰ্মী।
  5. ১৯৪৯ চনৰ আজিৰ দিনটোতে কিৰণ বেদীৰ জন্ম হয়,তেওঁ আছিল ভাৰতৰ প্ৰথম মহিলা আই পি এছ।
  6. ১৯০০ চনৰ আজিৰ দিনটোতে বীৰছা মুণ্ডাৰ মৃত্যু হয় । তেওঁ এগৰাকী জনজাতীয় নেতা আৰু লোকনায়ক।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...