ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৬৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ মৃত্যু হয় । একেদৰে ১৯৮২ চনৰ আজিৰ দিনটোতে লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

07 Jun 2025 | 08:30 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৭ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটো অসমবাসীৰ বাবেও এক স্মৰণীয় দিন । কিয়নো আজি পাৰ্ৱতি প্ৰসাদ বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু বাৰ্ষিকী । ১৯৬৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ মৃত্যু হয় । একেদৰে ১৯৮২ চনৰ আজিৰ দিনটোতে লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৯৬৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ মৃত্যু হয়।
  2. ১৯৮২ চনৰ আজিৰ দিনটোতে লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয় ।
  3. ১৫৫৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  4. ১৬৫৪ চনৰ আজিৰ দিনটোতে ১৪ নং লুই ফ্ৰান্সৰ ৰজা হয়।
  5. ১৭৮০ চনৰ আজিৰ দিনটোতে লণ্ডনত কেথলিক বিৰোধী হিংসা আৰম্ভ হয়, প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়।
  6. ১৯২৯ চনৰ আজিৰ দিনটোতে ভেটিকান চহৰ এখন সাৰ্বভৌম দেশ হিচাপে পৰিগণিত হয়।
  7. ১৯৭৫ চনৰ আজিৰ দিনটোতে লৰ্ডছ ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথম বিশ্বকাপৰ প্ৰথমখন খেল অনুষ্ঠিত হয়। এই মেচত পৰাস্ত হৈছিল ভাৰত।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...